MBR Study
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from MBR Study, College & University, Nagaon.
22/09/2023
मंज़िल उन्हीं को मिलती है , जिनके सपनों में जान होती है!!
पंख से कुछ नहीं होता , हौसलों से उड़ान होती है!
সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে আমি সদায় তোমালোকৰ ওচৰত আছোঁ।
তোমালোকৰ যিকোনো বিষয়ৰ ওপৰত কিবা প্ৰশ্ন বুজি নোপোৱা থাকিলে আমাক জনাবা।
যদি কোনো ছাত্ৰ ছাত্ৰীয়ে আৰ্থিক সমস্যাৰ বাবে লিখা-পঢ়া কৰাত অসুবিধা পাই আছা তেন্তে আমাক জনাব,যিমান পাৰোঁ তোমালোকৰ বাবে সমাধান উলিয়াবলৈ চেষ্টা কৰিম।
MBR Studyৰ মুখ্যউদ্দেশ্য হৈছে অসমৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত সদায় আগুৱাই যোৱাত সহায় কৰা আৰু অসহায় ব্যক্তিক সামৰ্থ্য অনুযায়ী সহায় কৰি যোৱা।
সকলো অভিভাৱকৰ ওচৰত এটাই অনুৰোধ যে আপোনাৰ লৰা বা ছোৱালীজনীক কষ্ট কৰিলেও শিক্ষাৰ পৰা বঞ্চিত নকৰিব।
যিমান পাৰে অসহায় ব্যক্তিক সহায় কৰিব চেষ্টা কৰক।
আহক আমি সকলোৱে আমাৰ সমাজখনক নিকা কৰোঁ।
24/03/2022
“A person who never made a mistake never tried anything new." — Albert Einstein
07/03/2022
MBR Study ৰ ছাত্ৰ-ছাত্ৰীৰ এটা গ্ৰুপ।
আমাৰ মুখ্য উদ্দেশ্যে হৈছে আমাৰ দেশৰ প্ৰতিজন ছাত্ৰ তথা ছাত্ৰীক শিক্ষিত কৰি তোলা।
MBR Study 🥀🥰❤️
Click here to claim your Sponsored Listing.
Category
Contact the university
Telephone
Website
Address
Nagaon