BMMU Matia Dev Block ASRLM
Government Organization
আমাৰ গোৱালপাৰা জিলাৰ মাটিয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত বাইদেউ এগৰাকীৰ লাখপতি হোৱাৰ কাহিনী।
াখপতি
Himanta Biswa Sarma
Assam State Rural Livelihoods Mission
অসম চৰকাৰৰ দ্বাৰা আগবঢ়োৱা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনীৰ অধীনত আপোনালোকে লাভ কৰা আবেদন পত্ৰখন অহা ০২/০৩/২০২৪ ৰ পৰা ০৬/০৩/২০২৪ তাৰিখলৈ গ্ৰহণ কৰা হব। এই আবেদন পত্ৰ খন আপোনালোকৰ নিজা CLF বা মণ্ডল পৰ্যায়ৰ সংগঠনৰ অফিচত গ্ৰহণ কৰা হব। গতিকে আপোনালোকে আপোনালোকৰ গাঁও সংগঠনৰ সভানেত্ৰী আৰু সম্পাদিকা বাইদেউৰ লগত যোগাযোগ কৰি নিজৰ VO ক আবণ্টন কৰা তাৰিখ মতে জমা দিবলৈ ইয়াৰে আহ্বান জনোৱা হল l
Assam State Rural Livelihoods Mission
Himanta Biswa Sarma
Bmmu Jaleswar Asrlm
29/09/2023
SURAKSHA SHG from BMMU Matia has today supplied 200 Nos of Bags made of Sh*tal Pati to SARAS GALLARY STORE, New Delhi.
11/09/2023
Today on 11/09/2023 a Block Level Credit Camp has been organised by BMMU, Matia Dev. Block in collaboration with AGVB, UCO Bank, SBI and Indian Bank operating under Matia Dev Block. Where a total number of 127 nos of loan has been sanctioned amounting Rs. 6.03 crore. And disbursement of 14 nos loan amounting Rs. 67 lakh. During the Camp Branch Managers of AGVB Matia& Dubapara branch and Branch Manager of SBI Mornoi branch were present.
Click here to claim your Sponsored Listing.
Website
Address
Matia
Goalpara