The Real

The Real

Share

JK Live



সদায় সতাতৰ লগত।

05/04/2026

আজি সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত আমবাৰী বজাৰত AIIDF দলৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰৰ নিৰ্বাচনী প্ৰচাৰ।

নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে পিছপৰি থকা নাই ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ A I U D F দলৰ মনোনীত প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰে। নিৰ্বাচনী প্ৰচাৰ সভাত সৃজনগ্ৰাম সমষ্টি বাসী ৰাইজক কি কি প্ৰতিশ্ৰুতি দিলে জানো আহক।

02/04/2026

অভয়াপুৰী সমষ্টিৰ উত্তৰ শালমাৰা টিলাপাৰাত বিজেপি প্ৰাৰ্থী ভূপেন ৰায়ৰ দুৰ্গত আজি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদীপ সৰকাৰৰ নিৰ্বাচনী প্ৰচাৰ সভা । তিলাপাৰাৰ ৰাইজে ভূপেন ৰায়ৰ সংগ ত্যাগ কৰি দলে দলে অংশ লৈছে কংগ্ৰেছৰ সভাত । আইসকলৰ নাম দলে আদৰি আনিলে প্ৰদীপ সৰকাৰক ।
অভয়াপুৰীৰ তিলাপাৰাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদীপ সৰকাৰৰ উদাত্ত ভাষণ ।
মুখ্যমন্ত্ৰী- বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ।
নতুন অসম, বৰ অসম গঢ়াৰ স্বাৰ্থত একত্ৰিত হৈছে কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চ।
কংগ্ৰেছ চৰকাৰ আহিলে আনিব শান্তি- বিকাশ আৰু প্ৰগতি ।
প্ৰদীপ সৰকাৰে দুখীয়া-নিস্পেষিতৰ কাষত থকাৰ কথাও ক'লে ভাষণত ।

30/03/2026

সৃজনগ্ৰাম সমষ্টিত কোনে মাৰিব শেষ হাঁহি

03/03/2026

02/03/2026

🎉 Just completed level 3 and am so excited to continue growing as a creator on Facebook!

02/03/2026

30/01/2026

নৱগঠিত সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা-চাকলা গাঁও পঞ্চায়ত আৰু কোকিলা গাঁও পঞ্চায়তত বিধায়ক আব্দুল বাতিন খন্দকাৰে নতুনকৈ নিৰ্মাণ হবলগীয়া কামৰ মঞ্জুৰ কৰে আৰু একে দিনাই ৬ টা কামৰ শুভাৰম্ভ কৰে।
Gaurav Gogoi
#আব্দুল_বাতিন_খন্দকাৰ

27/01/2026

Rahul Gandhi
Gaurav Gogoi

26/01/2026

ৰাইজৰ কাষত সদায় নিজকে উৎসৰ্গা কৰা প্ৰকৃত নেতা আব্দুল বাতিন খন্দকাৰ চাহাব।
ৰাইজৰ নেতা সদায় ৰাইজৰ লগত।
Gaurav Gogoi

#আব্দুল_বাতিন_খন্দকাৰ

22/01/2026

সংসদ Rakibul Hussain

Category

Website

Address


Bongaigaon

Alerts

Be the first to know and let us send you an email when The Real posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Bongaigaon.