Recent Time
This page is a local news portal in Assam. This portal is not neutral, always tries to present news in favor of the truth. Your trust and support is our capital.
Thanks
কলগাছিয়াৰ টাপাজুলি পথাৰ গাঁৱত ভয়ংকৰ দৃশ্য। এটি ভঙা বাঁহৰ সাঁকোৰে মৰণক শৰণ দি পাৰ হৈছে কণ কণ ছাত্ৰ ছাত্ৰী। যিকোনো মূহুৰ্তত সংঘটিত হ'ব ভয়ংকৰ দুৰ্ঘটনা। বেকী নদীৰ মৰা সুঁতিৰ ওপৰত এখন পকী দলং নথকাৰ বাবেই এইদৰে যমৰ যাতনা ভুগিছে ৰাইজে। সেয়ে উক্ত স্থানত পকী দলং নিৰ্মাণৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে।
কলগাছিয়া বজাৰৰ উচ্ছেদ সম্পৰ্কে কি ক'লে চক্ৰ বিষয়াই
18/06/2026
কলগাছিয়া বজাৰত হ'ব উচ্ছেদ। প্ৰশাসনে কৰিলে জৰিপ।
কলগাছিয়াৰ চানপুৰ, ৰুভি, পাগলা বজাৰ, বালিকুৰি ৰাস্তাৰ জৰাজীৰ্ণ ৰূপ। শীঘ্ৰে মেৰামতিৰ দাবী জনাইছে ৰাইজে।
বাঘবৰৰ চাচৰা গাঁৱৰ মৰ্মান্তিক ঘটনাৰ সঠিক ন্যায়ৰ দাবীৰে পিতৃৰ কাতৰ আহ্বান
ড্ৰাগছ নোপোৱাৰ বাবে ট্ৰেইনত ছট ফটাই মৃত্যু এজন যুৱকৰ
📍খাৰুপেটীয়া কলেজৰ ছাত্ৰীৰ সৈতে CRPF জোৱানৰ জঘন্য কাণ্ড কৰাৰ অভিযোগ।
📍জনৰোষত পৰি কাণত ধৰি ক্ষমা খুজিলে CRPF জোৱান জিতেন্দ্ৰ কুমাৰ।
📍বৰ্তমান ধূলা আৰক্ষী থানাৰ আলহী বুলি জানিব পৰা গৈছে।
👉জৰা ফুকাৰে আতৰাইছে ভুত!!
👉উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ
👉নাগপুৰত সংঘটিত হৈছে এই ঘটনা।
কলগাছিয়াৰ বৰটাৰীত হত্যাকাণ্ডৰ ডেমো প্ৰদৰ্শন। দুই হত্যাকাৰীক ঘটনাস্থলীত উপস্থিত কৰোৱাই ডেমো প্ৰদৰ্শন কৰে প্ৰশাসনে। যোৱা ১ জুনত ঘোৰামাৰা গাঁৱৰ ইছমাইল হোছেইন নামৰ এজনক লাঠিৰে কোবাই হত্যা কৰিছিল দুই পাশণ্ডই। কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজনক। হত্যাকাৰীক ফাঁচীৰ দাবী ৰাইজৰ।
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Website
Address
Barpeta