DK365
সত্য , নিষ্ঠা আমাৰ লক্ষ্য
A registered web portal
পুৰণি বাঘবৰ সমষ্টি অৰ্থাৎ নৱগঠিত মন্দিয়া সমষ্টিৰ ৰাইজৰ মাতামত।
বৰপেটা জিলাৰ ২২ নং মন্দিয়া সমষ্টিৰ ৰাইজৰ মতামত।
কাৰ আশীৰ্বাদত চলাইছে কৰাৰকুৰ ব্ৰীজৰ পৰা দাদাগিৰি টেক্স।
কোনে সাহস যোগান ধৰিছে এইসকল গাওঁৰক্ষী বাহিনীক।
গাওঁৰক্ষী বাহিনীৰ নাম লৈ কৰাৰকুড় ব্ৰীজৰ পৰা সংগ্ৰহ কৰিছে দাদাগীৰি টেক্স।
নৱগঠিত ২২ নং মন্দিয়া সমষ্টিৰ সমাগত বিধানসভা নিৰ্বাচনত সমষ্টিবাসী ৰাইজৰ মতামত।
বৰপেটাৰ ৰহমপুৰত নাওঁ দূৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা ৪ টা পৰিয়ালৰ মৃত্যু হোৱা মুঠ ৬ জন ব্যক্তিৰ পৰিয়ালক আৰ্থিক সহায় আগবঢ়ায় সমাজকৰ্মী মেৰাজ ৱাচিকুৰ ৰহমানে । ৪ পৰিয়ালৰ প্ৰতিটো মৃত ব্যক্তিৰ ক্ষেত্ৰত ১০,০০০/- কৈ টকা আৰ্থিক সহায় আগবঢ়ায়। মুঠ ৬০,০০০/- টকা প্ৰদান কৰে।
DK365 ৰ Studio ত সাংবাদিক খলিলুৰ ৰহমানৰ সৈতে ভাৰতীয় জনতা পাৰ্টীৰ ২২ নং মন্দিয়া সমষ্টিৰ পৰা টিকট প্ৰত্যাশী মহিদুল ইছলাম
27/01/2026
জনপ্ৰিয় কণ্ঠশিল্পী ৰিংকী ৰিয়া ভৰালী আৰু লেখন কুম্বাঙৰ কণ্ঠত 'হেঁপাহৰ ৰাগিণী' শীৰ্ষক গীতটি DS PRODUCTION ইউটিউব চেনেলটিত বৰ্তমান উপলব্ধ ৷
বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা।।
02/01/2026
#ৰাইজৰ দলৰ প্ৰাৰ্থীত্বৰ বাবে আৱেদন জমা দিয়াৰ সময় আৰু মাচুল ঘোষণা অখিল গগৈৰ
কলগাছিয়াৰ মজিদভিঠা গাঁৱত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত এটা পৰিয়ালৰ দুটা ঘৰ সম্পূৰ্ণ ৰূপে ভস্মীভূত। নগদ ধন, ই-ৰিক্সা, দোকান ঘৰ সহ প্ৰায় ১৫ লক্ষাধিক টকাৰ ক্ষতি। চৰকাৰৰ ওচৰত ক্ষতিপূৰণৰ দাবী।
I got over 500 reactions on one of my posts last week! Thanks everyone for your support! 🎉
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Address
Barpeta
781319