Sayedul Islam Multimedia

Sayedul Islam Multimedia

Share

গোৱালপাৰীয়া,ভাউওৱাইয়া,মুৰৰ্শিদী গান,ভজন গান তথা অন্যান্য ভিডিও নিশ্চয় পাব।ধন্যবাদ

23/06/2026

Good morning everyone🌹

#আইশাওৰবী

22/06/2026

সুপ্ৰভাত 🌹
বৰ্তমান সময়ত বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে ৰাতিপুৱা পঢ়া-শুনা নকৰি মোবাইল চাই থকাত ব্যস্ত থাকে। আচলতে
ৰাতিপুৱাৰ শান্ত পৰিৱেশত পঢ়া-শুনা কৰিলে মানুহৰ স্মৃতিশক্তি আৰু একাগ্ৰতা বৃদ্ধি পায়। টোপনিৰ পিছত সতেজ মস্তিষ্কেৰে যিকোনো নতুন বিষয় সহজে গ্ৰহণ কৰিব পাৰি, যিয়ে দীৰ্ঘম্যাদী শিক্ষণত সহায় কৰে,সেয়ে সকলো ছাত্ৰ-ছাত্ৰীক জনাওঁ যে,তোমালোকে ৰাতিপুৱা টোপনিৰ পৰা উঠি যদি পৰিস্কাৰ হৈ নিজৰ নিজৰ কৰ্মপালন কৰা,তেন্তে ভৱিষ্যতত সফল হ'ব পাৰিবা ধন্যবাদ


.abdulkadir

21/06/2026

পাপৰ পৰা সেইসকলে মুক্তি পাব পাৰে,যিসকলে কেৱল মুখে নহয়, অন্তৰৰ পৰা আল্লাহ তা-আলাৰ শাস্তিক ভয় কৰে


#আব্দুলকাদিৰ

20/06/2026

আইশেক আইশেক ও মোৰ বন্ধুধন

20/06/2026

👉জীৱনটো ইমানেই চুটি যে বিৰক্ত বা অৱসাদগ্ৰস্ত হ'বলৈ জীৱনত কোনো সুৰুঙাই নাই ।

= নীতসে ।

👉খং য়েতিয়া উঠে , তেতিয়া সদায় ফলাফললৈ মনত ৰাখিব ।

= কনুফুচিয়াছ ।

👉শিকোৱাতো হ'ল শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য ।

= বিছপ মেণ্ডেল ক্ৰিটন ।

👉 সদায়ে মনত ৰাখিব - হাঁহিলে যিকেইটা দাঁত ওলায় , সেইকেইতা গালি পাৰিলেও ওলায় ।

= পশ্চিম আফ্ৰিকাৰ প্ৰবচন ।

Photos from Sayedul Islam Multimedia's post 19/06/2026

খহনীয়াৰ আৰ্তনাদ...

যিয়ে দেখা নাই গৰাখহনীয়া
শুনা নাই তেওঁলোকৰ কৰুণ গল্প
তেওঁলোকক আকাশ আনি দিলেও ক'ব
তৰা ইমান কিয় অল্প?

জাগা চৰবাসীৰ নৱ প্ৰজন্ম জাগা
হাতত নথিপত্ৰ লৈ
কাৰ কাৰ ঘৰ গ'ল,মাটি গ'ল
গল পশুধন
বৰ লুইতৰ কৰাল গ্ৰাসত
ওলাই আহা
বিচাৰ দিমগৈ দিশপুৰত।

ৰহিম, আশ্ৰাফুল, শ্বেৰমান, আমীৰ হামজা
তোমালোক জাগ্ৰতনে?
জনপ্ৰতিনিধি হৈ হাতসাবটি বহি নাথাকিবা
চৰ চাপৰিৰ ৰোড মেপ বনাই
খাস মাটি,উছন হোৱা ঘৰৰ খতিয়ান লোৱা
অতবছৰে চৰকাৰে নকৰা কাম
বাধ্য কৰাব লাগিব আমি
মাটিৰ পট্টা দিয়া আৰু
NRCক দলিল কৰিবলৈ।

জাগা চৰবাসী জাগা
হাতত হাতত কাগজ-কলম লৈ
দেখক বিশ্ববাসীয়ে
চৰবাসীৰ
শৌৰ্য ,বীৰ্য আৰু পৰাক্ৰম।

# আব্দুলকাদিৰ
#কদমতলাচৰ

18/06/2026

জাবাৰ কালে গেলি পাখি

18/06/2026

Good morning everyone

17/06/2026

কেনে মন তুই বুজিশ না

17/06/2026

সময় থাকিতে কেনো গুৰু

Want your establishment to be the top-listed Arts & Entertainment in Barpeta?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Vill-Chaysimana N. C P. O. Kadamtala. Dist-Barpeta(Assam). Pin
Barpeta
781308