D D Digital

D D Digital

Del

Assamese Daily newspaper Doornitir Darpan. D.D. Digital

27/03/2025

দুৰ্নীতিৰ দৰ্পণ ডিজিটেল (D D DIGITAL)
https://www.facebook.com/sayedalikhan24

D Darpan Digital Assamese Daily newspaper, Doornitir Darpan newspaper D Darpan Digital ,https://doornitirdarpan.com

27/03/2025

জাননী,
ইয়াৰ দ্বাৰাই আপোনালোকক জনোৱা যায় যে দূৰ্নীতিৰ দৰ্পণ ডিজিটেল (D D Digital) ৰ পুৰণি পেজখন কোনোবা দুষ্ট চক্ৰ চলায় আছে । আজিৰ পৰা দুৰ্নীতিৰ দৰ্পণ ডিজিটেল বৰ্তমান (Dhubri Live)ৰ লগত সম্পৰ্ক নাই।

ৰুমিয় মেহেদী
ভিডিও সম্পাদক
D D Digital

06/01/2025

আগন্তুক হবলগীয়া পঞ্চায়ত নিৰ্বাচনত ৬২ নং বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত চৌধুৰী বজাৰ জিলা পৰিষদৰত সাহাব উদ্দিন মজুমদাৰ চাহাবৰ কন্যা স্ববনম চুলতানা মজুমদাৰ জিলা পৰিষদ পদৰ সম্ভাব্য) প্ৰাৰ্থী। উদীয়মান যুৱতিৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজে গভীৰ বিশ্বাস আৰু আস্থা প্ৰকাশ কৰিছে। তেওঁ এক সৎ, নিকা আৰু কৰ্মঠ যুৱতি হিচাপে জনতাৰ বিশ্বাস। সৎ মনোভাৱেৰে আগবাঢ়ি যোৱা আৰু পৰিশ্ৰমৰ সৈতে কাম কৰাৰ ফলত নিশ্চয়ই সফলতা লাভ কৰিব।
Best of Luck Shobnam Sultana majumder

11/11/2024

মাটিৰ দালালিৰ লগত জড়িত থকা বৰকত উল্লাই মাটিৰ সন্ত্ৰাস চলোৱা আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে।
ভুক্তভোগীৰ অজ্ঞাতে খেতি পথাৰৰ পৰা নিশা ধান কাটি লৈ যোৱাৰ অভিযোগ।

08/11/2024
21/10/2024

মোৰাঝাৰৰ পিৰবজাৰত ড্ৰাগছ সজাগতা সভাত চাহাব উদ্দিন মজুমদাৰৰ ভাষণ

24/05/2024

এইবাৰ পঞ্চায়তটিৰ সভাপতি বদৰুল ইছলামক জন সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ একাংশ দুষ্ট প্ৰকৃতিৰ লোকে তিনিটাকৈ চলিত এনৰেগাৰ কামত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ তুলিছে৷

13/03/2024

গৌৰীপুৰৰ শ্ৰী শ্ৰী ঢ়েলখোৱা শিৱ মন্দিৰৰ ইতিহাস

Vil du plassere din bedrift på toppen av Mediafirma-listen i Oslo?
Klikk her for å få din Sponsede Oppføring.

Telefon

Nettsted

Adresse


Oslo