Unplugged ASSAM

Unplugged ASSAM

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Unplugged ASSAM, Digital creator, Golaghat.

16/03/2026

ভুৱা প্ৰচাৰৰ পৰা সাৱধান হওক 🙏

10/03/2026

"চাকৰি এটা লাগিছিল আপোনাৰ কোনোবা চিনাকি আছে নেকি' প্ৰশ্নটোৰ পৰা "ভালকৈ পঢ়িব লাগিব চাকৰি এটা পাম"লৈ মানসিকতা সলনি কৰাই আছিল আমাৰ দৃঢ় সংকল্প।

এতিয়া চৰকাৰী চাকৰি এটা যোগাৰ কৰিবলৈ প্ৰয়োজন হয় অৰ্হতা তথা অধ্যাৱসায় আৰু তাৰেই আধাৰত আমি এতিয়ালৈ ডেৰ লাখৰো অধিক নিযুক্তি দিবলৈ সমৰ্থ হৈছোঁ : - মুখ্যমন্ত্ৰী মন্তব্য সামাজিক মাধ্যমত

04/03/2026

Happy Holi 🥰

01/03/2026

কাৰ যাত্ৰা সফল হৈছে বুৰি ভাবে ?

27/02/2026

🚨 হিয়াৰ আমঠু জুবিন গাৰ্গলৈ ৩টাকৈ Filmfare বঁটা
👉 শ্ৰেষ্ঠ গায়ক. জীৱনযোৰা সাধনা বঁটা আৰু ‘ৰৈ ৰৈ বিনালে’ৰ বাবে বিশেষ স্বীকৃতি জুবিন গাৰ্গলৈ
👉 পিতৃ কপিল ঠাকুৰ আৰু পত্নী গৰিমা গাৰ্গক বঁটাকেইটি প্ৰদান কৰে Filmfareৰ প্ৰতিনিধিয়ে

26/02/2026

মামা তুমি জুই 😝

25/02/2026

উত্তৰটো কি হব বাৰু ?

24/02/2026

কোন সময়ৰ যতীন বৰা আপোনালোকৰ প্ৰিয় ?

21/02/2026

উত্তৰটো কি হব পাৰে বাৰু ?

18/02/2026

আমি একেখন নাৱৰে যাত্ৰী । সহযাত্ৰী একেখন নাৱৰে

16/02/2026

শুভেচ্ছা থাকিল 👏👏👏

15/02/2026
Want your business to be the top-listed Media Company in Golaghat?
Click here to claim your Sponsored Listing.

Category

Culinary Team

Attire

Telephone

Website

Address


Golaghat