APCU Udalguri

APCU Udalguri

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from APCU Udalguri, Journalist, Udalguri.

Photos from APCU Udalguri's post 03/12/2024

আপকু'ৰ সুন্দৰ পদক্ষেপে সাংবাদিকৰ জীৱনৰ সুৰক্ষা প্ৰদান কৰক,,,

11/11/2024

প্ৰতি, মাননীয়
- মুখ্য উপদেষ্টাদ্বয়,
-কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়া আৰু সদস্য আৰু
-জিলা আৰু মহকুমা সমিতিৰ সমূহ বিষয়ববীয়া আৰু সদস্য।

সতীৰ্থ সকল,
ইয়াৰে আসাম প্ৰেছ ক'ৰেচপণ্ডেণ্টছ ইউনিয়ন (আপকুৰ ) সমূহ সতীৰ্থক জনাবলৈ সূখী হৈছোঁ যে অহা ১৬ নৱেম্বৰত গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস - ২০২৪ দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। সেয়ে সকলোকে সিদিনা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত ৰাতিপুৱা ৯ বজাত উপস্থিত হবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। ইতি-

স্বপন কুমাৰ ৰাভা
সভাপতি

মৌচমজ্যোতি বৈশ্য
কাৰ্যকৰী সভাপতি

শৰৎ শেনছোৱা
সম্পাদক প্ৰধান
আপকু'ৰ কেন্দ্ৰীয় সমিতি।

হাছানুল আহমেদ
সভাপতি

নিৰেন চন্দ্ৰ মালী
সম্পাদক
আপকুৰ
কামৰূপ জিলা সমিতি।
৭/১১/২০২৪

11/11/2024

কবিতা কানন...

11/11/2024
24/09/2024

আপকুৰ ওদালগুৰি জিলা সমিতিৰ আতিথ্যত ওৰাং শতদল সাহিত্য সভা ভৱনত আয়োজিত আপকুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা খন সুন্দৰ ভাবে সম্পন্ন হৈ যোৱাৰ বাবে কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয় ববীয়া, কাৰ্যনিৰ্বাহক সদস্য, জিলা সমিতি সমূহৰ সভাপতি, সম্পাদক, উপদেষ্টা মণ্ডলী আটাইলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
ওদালগুৰি জিলা সমিতিয়ে সভা খন সুচাৰুৰূপে চলাই নিয়াৰ বাবে যি সুন্দৰ ব্যৱস্থাপনা আৰু আপ্যায়নৰ ব্যৱস্থা কৰিছে তাৰ বাবে আপকুৰ কেন্দ্ৰীয় সাংগঠিনক সম্পাদক নৱ কুমাৰ ডেকা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধীৰেণ মহলীয়া, জিলা সমিতিৰ সভাপতি দীপক ডেকা,সম্পাদক ফটিক নন্দন ৰাভাৰ লগতে সমূহ বিষয় ববীয়া আৰু সদস্য সকলৰ লগতে কৰ্ম-কৰ্তা সকলক আপকুৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ

স্বপন কুমাৰ ৰাভা
সভাপতি,
আপকু

Photos from APCU Udalguri's post 24/09/2024
Photos from APCU Udalguri's post 24/09/2024

#আসাম প্ৰেছ কৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকু'ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা
#আপকু'ৰ ওদালগুৰি জিলা সমিতিৰ আতিথ্য,,,
#ওৰাং শতদল সাহিত্য সভা
২১ ছেপ্টেম্বৰ ,২০২৪

Want your public figure to be the top-listed Public Figure in Udalguri?
Click here to claim your Sponsored Listing.

Category

Website

Address


Udalguri
784521