NE Headlines.
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NE Headlines., Media/News Company, Udalguri.
05/06/2026
আজি বিশ্ব পৰিৱেশ দিৱস।
05/06/2026
📌আজি ১২ বিধায়কে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব 📌জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত।
📌হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থানলাভ বিশ্বজিৎ দৈমাৰীৰ
📌মন্ত্ৰিত্ব লাভ কৰি কি ক’লে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ দৈমাৰীয়ে?
04/06/2026
📌ঘোষণা হ'ল অসম মন্ত্ৰীসভাৰ তালিকা।
04/06/2026
📌BTC চৰকাৰৰ MCLAৰ দৰমহা কৰ্তনৰ সিদ্ধান্ত
📌প্ৰতিজন MCLAৰ ৩০%কৈ দৰমহা কৰ্তনৰ সিদ্ধান্ত
📌আগন্তুক ৬ মাহলৈ বাহাল থাকিব এই নিৰ্দেশনা
📌BTCৰ কাৰ্যকৰী সমিতিৰ বৈঠকত গ্ৰহণ সিদ্ধান্ত
📌মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ BTC চৰকাৰৰ
03/06/2026
📌বিধায়ক অখিল গগৈৰ মাতৃৰ দেহাৱসান
📌গুৱাহাটীত দেহাৱসান অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ
📌দীৰ্ঘদিনে অসুস্থ হৈ আছিল প্ৰিয়দা গগৈ
📌৯৬ বছৰত শেষ নিশ্বাস ত্যাগ প্ৰিয়দা গগৈৰ
📌পুৱা ৬.২০ বজাত মৃত্যু অখিল গগৈৰ মাতৃৰ
02/06/2026
📌IPL-2026ত বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ অভিলেখ
02/06/2026
📌২০২৬ বৰ্ষৰ JEE Advanced পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ গুৱাহাটী নিবাসী ভাস্কৰ দাহাল আৰু শাৰদা দাহালৰ পুত্ৰ আজব দাহাল।
📌চলিত বৰ্ষৰ এই পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ১০৫৪ সংখ্যক স্থান দখল কৰিছে আজব দাহালে।
02/06/2026
📌आगामी जुलाई महिनामा आग्सु केन्द्रीय समितिको प्रतिनिधि सभा हुने सम्भावना।
📌को हुन्छ आगामी कार्यकालको लागि आग्सुको मूल सचिव?
📌चर्चामा ६ नेतृत्वको नाम:
A) सोमराज सोनार
B)रोहित कुमार दाहाल
C) जन चौहान
D) टिंकू पौडेल
E) दिपक नेवार
F) विकास शर्मा
নলবাৰীৰ গংগাপুৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ ওপৰত প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ।
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
Udalguri
784508