Rowta live

Rowta live

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rowta live, Health/Beauty, village+P. O Aminpara district Udalguri BTR, Udalguri.

19/12/2024

অসম দৈনিকৰ উদ্যোগত আকৰ্ষণীয় ফটো প্ৰতিযোগিতা
#নিয়ম_সমূহ
১) প্ৰতিযোগীৰ যিকোনো ফটো গ্ৰহণ কৰা হব
২) যিকোনো গ্ৰুপ ফটোও গ্ৰহণ কৰা হব
৩) প্ৰতিযোগীয়ে পঠোৱা ফটো "অসম দৈনিক"ত আপলোড কৰা হব
৪) ৩১ জানুৱাৰী , ২০২৫ ৰ আগত প্ৰেৰণ কৰিব লাগিব নিজৰ নিজৰ ফটো
৫) আপলোড দিয়া ফটোত হোৱা Like, Comment, Share আৰু Reach সমূহৰ ভিত্তিত প্ৰতিযোগীক নিৰ্বাচিত কৰা হব ।
৬) WhatsApp ত প্ৰেৰণ কৰিব লাগিব ফটো
৭ 7099244205 নম্বৰত প্ৰেৰণ কৰিব লাগিব ফটো।

Photos from Rowta live's post 21/12/2023

মাজবাটৰ #সন্মানীয় বিধায়ক #চৰন বড়ো ডাঙৰীয়াৰ সৰু ভাতৃৰ বিয়াত #ছাৰৰ নিমন্ত্ৰণ ৰক্ষা কৰি বিয়াত উপস্থিত থাকে, দলগাৱৰ বিধায়ক #মজিবুৰ ৰহমান চাহাব আৰু কলাইগাৱৰ বিধায়ক #দুৰ্গাদাস বড়ো ডাঙৰীয়া।

Photos from Rowta live's post 26/01/2023

ৰৌতা আঞ্চলিক সমিতিৰ উদ্যোগত ৭৪ তম গণৰাজ্য দিৱস উপলক্ষে আমিন পাৰা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ PHC ত পতাকা উত্তোলন কৰোঁ।

সভাপতি
আব্দুৰ ৰহিম
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৰৌতা আঞ্চলিক সমিতি।।।।।.

26/08/2022

ৰৌতা লাইভ পৰা স্বাগতম জনালোঁ সকলো ফেচবুকত থকা মোৰ বন্ধু সকলৈ।

Want your business to be the top-listed Beauty Salon in Udalguri?
Click here to claim your Sponsored Listing.

Category

Website

Address


Village+P. O Aminpara District Udalguri BTR
Udalguri
RAHIM123