Gawolia Adda Digital

Gawolia Adda Digital

Share

News And entertainment videos

01/07/2023

কণমানি স্কুলীয়া ছাত্ৰ সকলৰ এটি ভাল লগা নাট।

ভাল লাগিলে শ্বেয়াৰ কৰিব।

Gawolia Adda

01/07/2023

আপোনালোকলৈ লাকিমা খাতুনৰ সুমধুৰ কণ্ঠত সুকুমাৰ বাউলৰ এটি জনপ্রিয় বাংলা গীত আগবঢ়ালো ।

#বাংলাগান

10/06/2023

Contact us 👇👇

10/06/2023

মঙ্গলদৈ চিকিৎসালয় আৰু ডাঃ বিপ্লৱ বৰাৰ বিৰুদ্ধে আমছুৰ তীব্ৰ প্ৰতিবাদ।

➡️ ডক্টৰ বিপ্লৱ বৰাক গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ আমছুৰ ।
▶️ চিকিৎসাৰ নামত দুখীয়াক লুণ্ঠনৰ অভিযোগ বিপ্লৱ বৰাৰ বিৰুদ্ধে ।
▶️ ৰোগীক চিকিৎসাৰ নামত হত্যা কৰাৰ অভিযোগ বিপ্লৱ বৰাৰ বিৰুদ্ধে ।

10/06/2023

✅ 8,600 কিলোমিটাৰ খোজ কাঢ়ি মক্কা পালে ভাৰতৰ ছিহাব ছোটুৰে।
✅ কেৰালাৰ পৰা খোজ কাঢ়ি 370 দিনত ছিহাবে পালেই মক্কা।
✅ যোৱা বছৰ 2 জুনত কেৰালাৰ পৰা খোজ কাঢ়ি আৰম্ভ কৰিছিল যাত্ৰা।

20/05/2023

SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত প্ৰয়োজনত CIDৰ পৰা CBIলৈ দিয়া হ'ব ৷

19/05/2023

বন্ধ কৰা হব ২০০০ টকীয়া নোট!

18/05/2023

কৰ্ণাটকত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সময় আৰু পিছুৱালে।

18/05/2023

SI জোনমণি ৰাভাৰ দুৰ্ঘটনা স্বচক্ষে প্ৰত্যক্ষ কৰা বুলি দাবী কৰা প্ৰণৱ দাস সন্ধানহীন!

সংবাদ মাধ্যমৰ সন্মুখত দুৰ্ঘটনাটোৰ বিষয়ে বিৱৰি কোৱাৰ পিছতে মাজনিশা সন্ধানহীন যুৱকজন!

17/05/2023

মুখ্যমন্ত্ৰীৰ পিছত ডিজিপিয়ে লৈছে পদক্ষেপ।
অসম আৰক্ষীত চলিব এতিয়া পেটুৱা আৰক্ষী হাতাও অভিযান।

17/05/2023

জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চি আই ডিক তদন্তৰ নিৰ্দেশ।

Want your business to be the top-listed Media Company in Udalguri?
Click here to claim your Sponsored Listing.

Website

Address


Udalguri
UDALGURI