Helping Hand Association

Helping Hand Association

Share

"স্বেচ্ছা সেৱী সংস্থা"
(Non profit organisation "Two hands: One help yourself, one help others")

15/06/2026

দীনবন্ধু মজিবুৰ ৰহমানলৈ হেল্পিংহেণ্ড সংস্থাৰ ৰক্তদাতা সন্মান-২০২৬ প্ৰদান

15/06/2026

One drop of Huminity : :
Give blood Save lives ::
be aware ..

15/06/2026

বিশ্ব ৰক্তদাতা দিৱস দিৱস উপলক্ষে হেল্পিংহেণ্ড সংস্থাৰ বিশেষ পদক্ষেপ

২০ গৰাকী ৰক্তদাতালৈ আগবঢ়ালে ৰক্তদাতা সন্মান-২০২৬

ৰক্তদাতা দিৱসৰ দিনা যিসকল নবীন ৰক্তদাতাই ৰক্তদান কৰিবলৈ আহি ৰক্তদান কৰি উদাৰতা মহানতা দেখুৱালে তেওঁলোকলৈ আগবঢ়ায় প্ৰশংসা পত্ৰ,গামোচা আৰু গছপুলিৰে জনায় সম্বৰ্ধনা তথা অভিনন্দন।

15/06/2026

নগাওঁ ৰহাত কিডনী আৰু প্ৰস্বাৱ জনিত ৰোগৰ বিনামূলীয়া চিকিৎসা শিবিৰ-

15/06/2026

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে হেল্পিংহেণ্ড সংস্থাৰ দ্বাৰা ১৫ গৰাকী ৰক্তদাতাক ৰক্তদাতা সন্মান-২০২৬ প্ৰদান

14/06/2026

One drop of Huminity

14/06/2026

One drop of Huminity : Give blood Save life

Want your organization to be the top-listed Non Profit Organization in Udalguri?
Click here to claim your Sponsored Listing.

Address


Udalguri
784510