GTime Digital
News and information update
09/02/2024
*দৰং-ওদালগুৰি লোকসভাৰ সমষ্টিক লৈ দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে মন্তব্য কৰে এই সমষ্টিত BPF দলে জয় কৰিব পাৰিব।
* AIUDF দলে BPF দলক দিব সমৰ্থন।
* BPF দলৰ প্ৰাৰ্থী হব দুৰ্গা দাস বড়ো।
ঋণ প্ৰসংগত হোৱা আলোচনাত অজন্তা নেওগে ক'লে- "২৩ বছৰে মই সদনত আছো, আজিলৈ অখিল গগৈৰ দৰে অধৈৰ্য বিধায়ক মই দেখা নাই।"
'বিজেপিয়ে নহয়, ৰাইজে কৰিব কংগ্ৰেছক ভাৰত মুক্ত' :ৰূপজ্যোতি কুৰ্মী
সদনৰ বাহিৰত বিধায়ক অখিল গগৈ
📌 ২০১৬ চনৰ পৰা বৰ্তমানৰ লৈকে ১,০৯,০৭১.২২ কোটি টকা ঋণ অসম চৰকাৰৰ।
📌৪৩০০০ টকা ঋণ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত।
📌অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি, অখিল গগৈক অধৈৰ্য্য বিধায়ক আখ্যা বিত্ত মন্ত্ৰী অজন্তা নেওঁগ
প্রাণ যাব, তথাপিও বচন নাযায়। জীয়াই থকালৈকে কংগ্রেছ অথবা বিজেপিলৈ নাযাওঁ: লুৰীণজ্যোতি গগৈ
*আজি গুৱাহাটীত কংগ্ৰেছৰ ন্যায় যাত্ৰা
* আৰক্ষীৰ বাধাৰ সম্মুখীন হৈছে
* বেৰিগেট ভাঙি সোমাল ভূপেন বৰা
*ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ঘটিল অঘটন
* বি জে পিৰ কৰ্মীয়ে কৰিছিল এনে ঘটনা
* অভিযোগ উত্থাপন হৈছে।
21/01/2024
*কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বিশেষ মন্তব্য
* অসমৰ মূখ্যমন্ত্ৰীক লৈ কৰে মন্তব্য
20/01/2024
একেদিনাই বেছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫ নং বৰুৱাঝাৰ গাওঁ পঞ্চায়তৰ অধিনত ৫ নং বৰুৱাঝাৰ আদৰ্শ গাৱত ৪ টাকৈ পেভাৰ ব্লক ৰাস্তাৰ কামৰ আধাৰশিলা স্থাপন কৰে দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে।
Click here to claim your Sponsored Listing.
Category
Website
Address
Darrang(Assam)
Tezpur
784116