Ax Azad Axom
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ax Azad Axom, Musician/Band, Bhojkhowa, Tezpur.
ফটো এখন উঠি আপলোড কৰিম বুলি ভবা সকলৰ কাৰণে এই খন উপহাৰ।
তেজপুৰৰ দোলাবাৰী চাৰিআলিত ৰাহুল গান্ধী ডাঙৰীয়া দেৱৰ ভাৰত জৰৌ ন্যায় যাএা আৰম্ভ কৰিছে।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লাখ লাখ মানুহৰ ভিৰ দেখা পোৱা যায়।
যোৱা কালি ৰাতি প্ৰায় ১১ টা মান বজাত তেজপুৰ দোলাবাৰী উৰনীয়া সেতুৰ ওপৰত এখন Alto গাড়ী আৰু মালবাহী ট্ৰাক মুখা মুখি হোৱাৰ ফলত Alto বাহনত থকা আমাৰ ভোজখোৱা গাঁওৰ সমাজ সেৱক ছাইদুল ইছলাম আৰু জালাল উদ্দিন ছফিকুল ইছলামৰ লগতে দুগৰাকী মহিলা গুৰুত্ব ভাৱে আহত
বৰ্তমান ছাইদুল ইছলাম নামৰ লোকজনক উন্নত মানৰ চিকিৎসৰ বাবে পাটনা বেলুৰলৈ পঠিওৱা হৈছে।
আৰু আপোনালোকে দোৱা কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ
01/12/2023
#জীৱনৰ_বাটত_সমস্যা_থাকিবই
#এইয়া_হৈছে..Part Of Life..
#আৰু _সাহসেৰে_আগুৱাই_যাব
পৰাটোৱেই_হৈছে..Art Of Life..
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Telephone
Address
Bhojkhowa
Tezpur
784027