Acs Aswini Doley Official
Aswini Kr Doley, ACS , CEO Sibsagar Zila Parishad
16/02/2024
16/02/2024
লাখপতি বাইদেউ কোটিপতি দিশে ৷ মাহে Income প্ৰায় ডেৰলাখ টকা ৷ নাম তেখেতৰ চন্দনা শইকীয়া কলিতা ৷ অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান, শিৱসাগৰৰ অধীনত আজিৰ তাৰিখত প্ৰায় ৯০০০/ ন হাজাৰ মহিলা লাখপতি হৈছে ৷ শিৱসাগৰ জিলাৰ প্ৰায় ৯০০০০/ নবৌ হেজাৰ গোটৰ মহিলাক অতিসোনকালে লাখপতি হব ৷ লাখপতিত ক্ষান্ত নহও কোটিপতি হবই লাগিব ৷
Want your public figure to be the top-listed Public Figure in Sibsagar?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Website
Address
Sibsagar Zila Parishad Office
Sibsagar
785640