Sannidhya Bhuyan
Vocalist • Composer • Lyricist
Here’s an exclusive glimpse of the track you’ve all been asking about.
Laonikus releases on March 14,the wait is almost over 😍
❤️
03/03/2026
বিগত বৰ্ষৰ দৰে এইবাৰো কিছু নতুন ৰূপেৰে বিহু মঞ্চৰ বাবে আমি সাজু হৈছো | কিছু ন - পুৰণি গীতৰ সম্ভাৰ লৈ আপোনালোকৰ কাষৰ বিহুৰ মঞ্চত গীত পৰিৱেশন কৰিবলৈ আমি সাজু হৈ উঠিছো| বিগত বৰ্ষ সমূহত বিহু মঞ্চত আমাক যিদৰে আপোনালোকে আশীষ তথা মৰম চেনেহ কৰিছিল এইবাৰো আপোনালোকৰ আশীৰ্বাদ তথা শুভাশীষ কামনা কৰিলো|
12/02/2026
Another unreleased from “Kotha Kobita”
W/ .rajnishsaikia._
Thanks
14/01/2026
ভোগালি বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল সকলোলৈকে
After almost a year of silence, it’s finally time.
My new song SANNANI is on the way.
I’ve poured my heart into this one hope you all listen, feel it, and share the love.
Let’s make this special 🤍🔥
.rb
মৰমৰ জুবিন দা, মই কেতিয়াও জীৱনত, সপোনতো ভবা নাছিলোঁ যে আপোনাৰ সৈতে এটি গীত বাণীবদ্ধ কৰিবলৈ সক্ষম হ'ম। কিন্তু মোৰ বাবে সঁচাই এক সৌভাগ্যৰ কথা যে আমাৰ হিয়াৰ আমঠুগৰাকীৰ সৈতে একেটি গীতত মই কন্ঠদান কৰিবলৈ সুযোগ লাভ কৰিছিলোঁ।
'নিশিগন্ধা' নামৰ গীতটিৰ জৰিয়তে সেই সৌভাগ্যবান সময়চোৱা মোৰ জীৱনডায়েৰীত চিৰজীৱনলৈ লিপিবদ্ধ কৰাৰ সৌভাগ্য মোৰ হৈছিল। জুবিন দাৰ সৈতে কৰা এই গীতটিৰ সময়চোৱাত তেওঁৰ সান্নিধ্যলাভ, তেওঁৰ উপদেশ, কথা-বতৰাৰ মাজেৰেও উপকৃত হৈছিলোঁ। সেই সময়চোৱা সুঁৱৰি নিজকে ধন্য মানিছো।
এই সকলোবোৰ মাজত আজি এনে এক লজ্জাজনক পৰিস্থিতিত আমি অসমবাসী উপনীত হৈছোঁ যে মৰমৰ জুবিন দাৰ বাবেও ন্যায় বিচৰাৰ দৰে এটি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। এনে প্ৰেক্ষাপটত আমি বিচাৰোঁ জুবিন দাৰ বিষয়টোৱে এটা নিৰপেক্ষ তথা ৰাইজে বিচৰাধৰণেই দিশ লাভ কৰক। জুবিন দা য'তেই আছে তেওঁ ভালে থাকক। আমাৰ বুকুৱে বুকুৱে তেওঁ বৈ থাকিব আজীৱন, আমৰণ। আমিও জুবিন যুগৰ একোজন সাক্ষী হিচাপে চিৰকাল ৰৈ যাম ইতিহাসৰ পৃষ্ঠাত।
14/10/2025
Kote Asa | A Tribute To Zubeen Garg | CJM Studio Feat. Various Artist Producer: Budhin KamanPerformed byChinmoy KaushikJoy NirvanNitul DadharaLakhi ChandraAnuraag SaikiaSannidhya BhuyanBhaskar OpswelMizzu MizanoorPran deep Haza...
31/08/2025
Thank you Dhemaji city college ❤️
Overwhelmed with your immense love
See y’all at Ghy College on 2 Aug
📷: .theunknown._.traveller._
18/08/2025
🌸🌸
27/07/2025
🙌🏻
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Sibsagar