Panchayat Rural Development
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Panchayat Rural Development, Government Organization, Dhendai T. E, Rangapara.
25/06/2023
ঈশ্বৰ সকলোৰে মঙ্গল কৰক🙏
25/06/2023
ৰঙাপাৰা সমষ্টিৰ সন্মানীয় যুৱ বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত কৃষ্ণ কমল তাঁতী ডাঙৰীয়াই আজি ইং ২৫/০৬/২০২৩ তাৰিখ ৰবিবাৰে নিজ সমষ্টিৰ অন্তৰ্গত তাৰাজুলী চাহ বাগিছা এ এল ই চি গীৰ্জাত আৰু স্কন সমাজৰ দ্বাৰা আয়োজিত শ্ৰী শ্ৰী জগৰ্ণনাথ মহাপ্ৰভুৰ ৰথ যাত্ৰা অনুষ্ঠানত উপস্থিত হয় সেৱা দৰ্শন কৰাৰ লগতে ৰোগীক মুখ্যমন্ত্ৰী বিশেষ সাহায্য পুঁজিৰ জৰিয়তে আৰ্থিক সাহায্য আগবঢ়োৱা মূহুৰ্তৰ কিছু দৃশ্য.... সমূহ তাৰাজুলী বাসী ৰাইজৰ হৈ বিধায়ক ডাঙৰীয়াক ধন্যবাদ ও কৃতজ্ঞতা জনালোঁ ।
Dr Himanta Biswa Sarma
Pallab Lochan Das
PIJUSH HAZARIKA SUPPORTERS
Krisna Kamal Tanti
Respected Pallab Lochan Das Sir Zindabad.
It is very difficult to verify Job Card under Sonajuli G. P.
Thanx friends to like this group. Coz i want to see how many people are there to serve the POOR.
This is me Rajoo Moniya (Acctt. Asstt.) Of Sonajuli Gaon Panchayat
Click here to claim your Sponsored Listing.
Category
Website
Address
Dhendai T. E
Rangapara