Bim

Bim

Share

photo, reel, video

20/08/2026

ভীম কল বা আঠিয়া কল
**********************

ভীম কল বা আঠিয়া কল অকল অসম আৰু
উত্তৰঃ পৰ্বতাঞ্চলত পোৱা যায়। ইয়াৰ গুটি
টান । বৈজ্ঞানিক নাম Musa balbisiana.

ইয়াৰ সৰু পুলি পচলা ৰান্ধি খোৱা হয়।

ইয়াৰ গুটি আতৰাই শিশুক খুৱাব পাৰি।।ই বৰ
শক্তিদায়ক।

ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়, গ্ৰহণী বা পেটৰ অসুখ
হ'লে ভীম কল খাবলৈ দিলে ভাল হয়।

ভীমকলৰ গা গছ, মূঢ়া আৰু বাকলি ৰ'দত শুকুৱাই কল
খাৰ বনোৱা হয়।

ভীম কল পানীত তিয়াই থৈ পানী খোৱা হয়, এই বিষয়ে
এই ভিডিঅ'টি আগবঢ়াইছো, চাই ভাল পালে শ্বেয়াৰ কৰিব
বন্ধু বান্ধবীৰ লগত আৰু মোক আগবাঢ়ি যোৱাত উৎসাহ যোগাব বুলি আশা কৰিলোঁ 🙏 🌹

19/08/2026

সু প্ৰভাত ❤️🙏❤️
অপৰাজিতা ফুলৰ চাহৰ উপকাৰিতা বিষয়ে এই ভিডিঅটো
আগবঢ়ালো, চাই ভাল পালে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব বন্ধু বান্ধবীৰ লগত।

17/08/2026

ৰাতিটো সকলোৰে সুকলমে পাৰ হোৱাৰ কামনা কৰিলোঁ,।
শুভ ৰাত্ৰি

Photos from Bim's post 17/08/2026

আজি শাওণ মাহৰ অন্তিম সোমবাৰ, ভোলানাথ বাবাৰ চৰণত সেৱা জনাই আহিছোঁ নিজৰ
লগতে যাতে সকলোৰে মঙ্গল হয়।
হৰ হৰ মহাদেৱ 🙏
।


.

17/08/2026

সু প্ৰভাত 🙏
আজি শাওণ মাহৰ শেষৰটো সোমবাৰ।বাবাই
সকলোৰে দুখ -দুৰ্গতি নাশ কৰি কৃপা কৰক🙏
.

16/08/2026

দিনটোৰ সকলো দুখ ভাগৰ পাহৰি নিদ্ৰা দেৱীৰ কোলাত শুই পৰক, গভীৰ টোপনি হওঁক।
শুভ ৰাত্ৰি💤।

16/08/2026

সকলোকে সন্ধিয়াৰ শুভ কামনা জনালোঁ 🙏
দিনটো নিশ্চয় ভালদৰে পাৰ হৈ গ'ল।

14/08/2026

Good night everyone 💤
Have a sound sleep

13/08/2026

জীৱনৰ যুঁজ খনত হেজাৰ বাধা বিঘিনি আহিলেওঁ মনৰ শক্তি আৰু সাহস ভাঙি পৰিবলৈ
দিব নালাগে। আশাৰ চাকি গছি ধিমিক -ধামাকৈ হ'লেও জ্বলিতো আছে তমসা আতৰাবলৈ 🌹।

Category

Website

Address


Pathsala, Ward No 3
Pathsala

Alerts

Be the first to know and let us send you an email when Bim posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Pathsala.