Axom Live Digital
Welcome To Our page ( Axom Live Digital)
গণতান্ত্ৰিক ব্যৱস্থাত এতিয়া সাংবাদিকক পন্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিব খুজিছে কোনে? কিয় বাৰে বাৰে সাংবাদিকক টাৰ্গেত কৰি লোৱা হয়। সাংবাদিক ৰাণা ডেকাক অৱসৰী আইএএছ বিষয়া হিতেশ দেৱ শৰ্মাই ফোনযোগে দিয়া ভাবুকিক সদৌ অসম জাৰ্ণেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাই গৰিহণা !
সাংবাদিকক ভাবুকি প্ৰদান
এগৰাকী অৱসৰী বিষয়াই দিছে ভাবুকি
এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ ভাবুকি
"তোমাক পিছফালৰ পৰা গাড়ীয়ে খুন্দা মাৰি থৈ গ'লে তুমি কাক অভিযোগ দিবা? ৮ বছৰীয়া সন্তানটোৰ কিবা হ'লে কাক অভিযোগ দিবা? তোমাক চাৰি ঘণ্টাৰ সময় দিছোঁ, বাতৰি ভুল বুলি ক্ষমা খোজা"-
নামনি অসমৰ জ্যেষ্ঠ সাংবাদিক ৰানা ডেকাক প্ৰাণে মৰাৰ ভাবুকি NRC ৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ। বাক্সা জিলা কাৰাগাৰৰ সন্মুখত ঘটা অপ্ৰীতিকৰ ঘটনাৰ ওপৰত আৰক্ষী বিষয়া পুত্ৰৰ বিৰুদ্ধে সম্প্ৰচাৰ কৰা বাতৰি ভুল আৰু AI সম্পাদিত বুলি দাবী কৰিবলৈ হিতেশ দেৱ শৰ্মাই ভাবুকি দিলে সাংবাদিক গৰাকীক।
#অসমীয়ানিউজ
19/11/2025
ঘোষণা হ’ল HSLC আৰু HS পৰীক্ষাৰ দিন।
আজিৰে পৰা গোৱালপাৰাত উচ্ছেদ অভিযান।
মাৰ্ঘেৰিটাত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিতিত মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিবাহক সভা ও যোগদান কাৰ্যসূচী।
আজি মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনত ব্লক কংগ্ৰেছৰ এখন বৰ্দ্ধিত কাৰ্যনিবাহক সভা ও যোগদান কাৰ্যসূচী অনুস্থিত কৰা হয়।
উক্ত সভাত উপস্থিত থাকে মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ।
মাৰ্ঘেৰিটাৰ পৰা আব্দুল আলিমৰৰিপৰ্ট।
মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় একতা দিৱস উৎযাপন। আজি ৰাষ্ট্ৰীয় একতা দিৱস।
দেশৰ বিভিন্ন প্ৰান্তৰ দৰে আজি মাৰ্ঘেৰিটাতো লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উৎযাপন কৰা হয়।
মাৰ্ঘেৰিটাৰ পৰা আব্দুল আলিমৰ ৰিপৰ্ট।
বজালীত চাঞ্চল্যকৰ ঘটনা
এগৰাকী ব্যৱসায়ীৰ চিপ লৈ আত্মহনন
বজালীৰ কঁহৰাত এই ঘটনা সংঘটিত
ব্যৱসায়ীজনৰ নাম হানিফ আলী
ঘটনাস্থলীত উপস্থিত ভৱানীপুৰ আৰক্ষী
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত আৰম্ভ।
মাৰ্ঘেৰিটাত ঘৰৰ পৰাই নিৰুদ্দেশ ৫ বছৰীয়া শিশু।
দুৰ্গোৎসৱৰ আনন্দ উলাহৰ মাজতে মাৰ্ঘেৰিটাৰ এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা।
মাৰ্ঘেৰিটাৰ পৰা আব্দুল আলিমৰ ৰিপৰ্ট ।
লিডুত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬তম জন্মোৎসৱ
বিশাল ভাগৱত ভ্ৰমণৰ শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে
মাৰ্ঘেৰিটাৰ পৰা আব্দুল আলিমৰ ৰিপৰ্ট।
Margherita breaking News.
মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নৈ চাপৰিত শিশু মৃতদেহ উদ্ধাৰ।
মৃতদেহটো মাৰ্ঘেৰিটাৰ পৰা নিৰুদ্দিষ্ট হোৱা ৫ বছৰীয়া শিশু অভিমন্যু চক্ৰৱৰ্তী।
মাৰ্ঘেৰিটাৰ পৰা আব্দুল আলিমৰ ৰিপৰ্ট।
'মোক বিশ্বাস কৰানে তুমি? সন্ধিয়া ৫ বজাত ফ্ৰী আছা যদি মোৰ ৰুমলৈ আহিবা। তোমাক ডিউটি দিয়া দ্বায়িত্ব মোৰ'। কামৰ প্ৰলোভন দি কোনে ৰুমলৈ মাতিলে যুৱতীক? সামাজিক মাধ্যমত ভাইৰেল এটা ফোনকল।
Telephone
Website
Address
Pathsala
781318
Alerts
Be the first to know and let us send you an email when Axom Live Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.