Mrinmay Pathak Reporter - Bajali
ৰাইজৰ হৈ ৰাইজৰ পক্ষত থাকি।
যোগাযোগ- 8399036810
04/08/2025
অসমৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে-
26/07/2025
প্ৰগতি সংঘ আৰু বজালী নৰ্তন একাডেমীৰ উদ্যোগত আয়োজিত সত্ৰীয়া নৃত্য,দেৱদাসী নৃত্য,বৰগীত আৰু খোলবাদনৰ গ্ৰীস্মকালীন কৰ্মশালাত উপস্থিত থাকোঁ৷উক্ত অনুষ্ঠানত নৃত্যাচাৰ্য পদ্মশ্ৰী, পদ্মভূষণ যতীন গোস্বামী ছাৰৰ সান্নিধ্য পাঁও- উদ্যোক্তা সমিতিক ধন্যবাদ-
18/07/2025
বৃহত্তৰ পাঠশালা দুৰ্গাপূজা সমিতিয়ে প্ৰদান কৰা মৰম সন্মান আমি গ্ৰহণ কৰিছো।উদযাপন সমিতিলৈ শুভেচ্ছা জনাইছো
18/07/2025
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বজালী জিলা প্ৰশাসনৰ সহযোগত ভৱানীপুৰ সমষ্টি ভিত্তিত অনুষ্ঠিত গ্ৰীস্মকালীন কৰ্মশালাত উপস্থিত থাকি শিশু সকলৰ সৈতে এক অন্তৰংগ মূহুৰ্ত অতিবাহিত কৰো।আজিৰ শিশু ভবিষ্যতৰ নাগৰিক। অসীম দাক আমাৰ ফালৰ ধন্যবাদ
ব্যৱসায়ী সকলৰ বাবে বাতৰিটো পাৰিলে শ্বেয়াৰ কৰিব
বজালীৰ বাতৰি
ধন্যবাদ
ARBA LIVE
13/04/2025
সাংবাদিকতাৰ ক্ষেত্ৰ খনত খোজ দিয়াৰে পৰা আমাক বিভিন্ন দিহা পৰামৰ্শৰে আগবঢ়াই নিয়া দুয়োগৰাকী দাদাক নতুন দায়িত্ব লাভ কৰাৰ পিছত প্ৰথম খন ফটো।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুনকৈ দায়িত্ব লাভ কৰা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ দৰে পদ অলংকৃত কৰা বিজন বায়ন দা আৰু সহকাৰী সম্পাদকৰ দৰে পদ অলংকৃত কৰা মৃদুল তালুকদাৰ দাদালৈ আন্তৰিক শুভেচ্ছা জনালো আহি থকা দিনবোৰত অসমৰ বলিষ্ঠ কণ্ঠ হওক
13/04/2025
শিক্ষানগৰী পাঠশালাৰ শিক্ষা লগত জড়িত ব্যক্তি সকলৰ এটা চিনাকী নাম EDUCLUB ৰ উদ্যোগত JAN BRIDDHI FOUNDATION সহযোগত নৱদোয় বিদ্যালয় বাচনি পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়।এই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটোৰ প্ৰতিগৰাকী বিষয়ববীয়ালৈ শুভেচ্ছা আৰু ধন্যবাদ জনালো
13/04/2025
বিহুৰ প্ৰাকক্ষণত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ উপহাৰ বিহুৱান-
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Pathsala