Bhattadev University ABVP Unit

Bhattadev University ABVP Unit

Share

Student Power,Nations Power
ছাত্ৰ শক্তি, ৰাষ্ট্ৰ শক্তি ?

20/10/2025

আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জনালোঁ।
ABVP Assam
ABVP Bajali Dist.

19/10/2025

তুমি বিহীন এমাহ 🥺

18/10/2025

তুলসী তলৰ চাকিগছি আৰু শইচ পথাৰৰ আকাশ বন্তিৰে চহা ৰাইজৰ ভঁৰাল আলোকিত কৰাৰ প্ৰাৰ্থনাৰে সকলোলৈ কাতি বিহুৰ শুভকামনা জনালোঁ ।
ABVP Assam

14/10/2025

আধুনিক অসমীয়া সাহিত্যৰ অন্যতম মাগদৰ্শক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্মবাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
ABVP Assam

21/09/2025

জংকীৰ হাতত জুবিন💐
ABVP Assam

19/09/2025

‘অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যু যেন মানিব নোৱাৰি’
তেখেতৰ মৃত্যুত আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ভট্টদেৱ বিশ্ববিদ্যালয় শাখাৰ তৰফৰ পৰা তেখেতৰ প্ৰতিচ্ছবিত মমবাতি প্ৰজ্বলনৰে গভীৰ শোক প্ৰকাশ কৰোঁ।
ABVP Assam
ABVP Bajali Dist.

14/09/2025

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ভট্টদেৱ বিশ্ববিদ্যালয় শাখাৰ উদ্যোগত আয়োজন কৰা চিত্ৰাংকণ প্ৰতিযোগিতাৰ ফলাফল সমূহ-

14/09/2025

ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাৰতীয় আধ্যাত্মিকতাৰ প্ৰাণপুৰুষগৰাকীৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ অনাবিল সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা কঢ়িয়াই আনক, তাৰ বাবে ত্ৰি-জগতৰ পতি মহাপ্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।

ABVP Assam

12/09/2025

📌অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এনেকুৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ।
ABVP Bajali Dist.

12/09/2025

যোৱাকালি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱাগত আদৰণী সভাৰ সাংস্কৃতিক সন্ধিয়াৰ যি উত্তপ্ত পৰিস্থিতি হৈছে সেই ঘটনাক আমি তীব্ৰ গৰিহণা দিছো। বৰ্তমান সময়ত নাৰী সমাজ সুৰক্ষিত নহয় বুলি পুনৰ প্ৰমাণিত হল। এই বিষয়ৰ লগত জড়িত ব্যক্তিসকলক চিনাক্ত কৰি ইয়াৰ উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ।

08/09/2025

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ভট্টদেৱ বিশ্ববিদ্যালয় শাখাৰ তৰফৰ পৰা ভট্টদেৱ বিশ্ববিদ্যালয় প্ৰাংগনত বন্তি প্ৰজ্বলন কৰা হয়।
ABVP Assam

08/09/2025

সংগীত আৰু চলচ্চিত্ৰ জগতৰ মহীৰূহ, ‘ভাৰত ৰত্ন’ ড° ভূপেন হাজৰিকা দেৱলৈ জন্ম দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। বুঢ়ালুইতৰ বুকুৰপৰা সাগৰ সংগমলৈ, পাহাৰৰপৰা ভৈয়ামলৈ- ভূপেন হাজৰিকাদেৱৰ অমৰ কণ্ঠ সদায়েই গুঞ্জৰিত হৈ থাকিব।💐
ABVP Assam

Want your organization to be the top-listed Non Profit Organization in Pathsala?
Click here to claim your Sponsored Listing.

Address


Pathsala