Optix Lab

Optix Lab

Share

Optix Lab � :– Where Technology Meets Vision

23/03/2026

Celebrating the guardians of vision!
On this World Optometry Day, Optix Lab salutes the dedication of optometrists who help the world see clearly and live better.

03/03/2026

আবিৰৰ ৰঙেৰে ৰাঙলী হৈ পৰক আপোনাৰ জীৱন! আপোনাক আৰু আপোনাৰ পৰিয়াললৈ পবিত্ৰ ফাকুৱা তথা হ‍োলীৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জনালোঁ। এই উৎসৱে কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি। হ‍োলীৰ আনন্দই সকলোৰে মাজত মৰম আৰু সম্প্ৰীতি বৃদ্ধি কৰক।
হেপ্পী হোলী!

01/01/2026

নতুন বছৰ, নতুন আশা আৰু নতুন সুযোগ।
আপোনালোক সকলোলৈ সুখ, সমৃদ্ধি আৰু সফলতাৰ শুভেচ্ছা।

A new year begins with new dreams and brighter vision 🌟
Wishing you happiness, success, and good health.
✨ Happy New Year from Team Optix Lab ✨

25/12/2025

✨🎄 Merry Christmas from Optix Lab! 🎄✨
May this festive season fill your life with joy, clarity, and bright new beginnings. Wishing you happiness, health, and a clearer vision ahead.
Thank you for trusting us

19/09/2025

ঋতু পৰিৱৰ্তনৰ সময়ত চকুৰ যত্ন 👀🍂

ঋতু পৰিৱৰ্তনৰ লগে লগে ধূলি, শুকান বতাহ, এলাৰ্জি আৰু সংক্রমণত চকু প্ৰভাৱিত হ’ব পাৰে। আপোনাৰ দৃষ্টি সুৰক্ষিত ৰাখিবলৈ এই সহজ টিপছবোৰ অনুসৰণ কৰক –

✅ পৰ্যাপ্ত পৰিমাণে পানি খাওক আৰু প্ৰয়োজন হলে lubricating drops ব্যৱহাৰ কৰক।
✅ বাহিৰলৈ ওলাই গ’লে sunglasses পিন্ধিব – ধূলি, pollen আৰু UV ৰশ্মিৰ পৰা সুৰক্ষাৰ বাবে।
✅ হাত বাৰে বাৰে ধুব – চকুৰ সংক্রমণ ৰোধ কৰিব।
✅ Vitamin A আৰু C সমৃদ্ধ ঋতুযোজিত ফল-মূল খাওক।
✅ চকুত খচখচীয়া বা অসজ্যকৰ অনুভৱ হলে ঘঁহা নকৰিব – প্ৰয়োজনত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক।

17/09/2025

✨👓 New Arrivals Alert at Optix Lab! 👓✨
Fresh styles, trendy frames, and premium quality lenses are here just for you!
Whether you love classic elegance or modern chic, we’ve got something to match your vibe.

📍 Visit us today and explore the latest collection.
💡 Because your eyes deserve the best, and your style does too!


Optix Lab

17/09/2025
Photos from Optix Lab 's post 14/09/2025

✨🙏 Heartfelt Gratitude 🙏✨

Optix Lab extends its warmest thanks to Dr. Subhra Kinkor Goswami sir , respected Eye Specialist and medical director of Nalbari Eye Hospital, for gracing our opening with his esteemed presence.

Your kind words, thoughtful insights, and motivating support have truly inspired us to move forward with confidence in our vision — “Where Technology Meets Vision.” 👓✨

We feel deeply encouraged and blessed to have your guidance as we begin this journey of serving our community with care and innovation.

🌸 Thank you once again, Sir, for being with us on this special day! 🌸

— Team Optix Lab

অপ্তিক্স লেবৰ শুভাৰম্ভত উপস্থিত থাকি আমাক মৰম, অনুপ্ৰেৰণা আৰু শুভাশীষে সমৃদ্ধ কৰাৰ বাবে, নলবাৰী আই হস্পিটেলৰ প্ৰখ্যাত চকুৰোগ বিশেষজ্ঞ ডাঃ শুভ্ৰ কিঙ্কৰ গোস্বামী দেৱক অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছো।

আপোনাৰ উষ্মা বচন, গঠনমূলক চিন্তা-ধাৰণা আৰু উৎসাহজনক প্ৰেৰণাই আমাক আগলৈ আগবঢ়িবলৈ অমূল্য শক্তি প্ৰদান কৰিছে। 👓✨

আমাৰ এই নতুন যাত্ৰাত আপোনাৰ আশীৰ্বাদেৰে আমি জনসাধাৰণক সেৱা দিয়াৰ প্ৰতিশ্ৰুতি লৈছো — “য’ত প্ৰযুক্তি আৰু দৃষ্টিৰ মিলন।”

🌸 পুনৰাই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ, চাৰ 🌸

— অপ্তিক্স লেব পৰিয়াল

Want your business to be the top-listed Clothing Store in Nalbari?
Click here to claim your Sponsored Listing.

Website

Address


Near Nalbari Eye Hospital, College Road
Nalbari
781335

Opening Hours

Monday 9am - 9pm
Tuesday 9am - 9pm
Wednesday 9am - 9pm
Thursday 9am - 9pm
Friday 9am - 9pm
Saturday 9am - 9pm
Sunday 10am - 4pm