Diganta Axom

Diganta Axom

Share

বিভিন্ন ধৰণৰ মনোৰঞ্জন আৰু শিক্ষা সম্পৰ্কীয় কথা বতৰা

14/11/2023

আজি ১৪/১১/২০২৩ ইং তাৰিখে পাখামাৰা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ সমিতিৰ উদ্যোগত দিপাৱলীৰ বাবে প্ৰতিঘৰ মানুহৰ বাটট পুতা বৰবৰী, পাখামাৰা আল্লিয়া আদি অঞ্চলৰ প্ৰায় ১০০০ কলগছ তুলি নি বাটাবাৰী ৰেঞ্জৰ অন্তৰ্গত ভুটানখুটিত বনৰীয়া হাতীৰ খাদ্যৰ বাবে দিয়া হয়। লগতে উক্ত কাৰ্যত বৰবৰী শাখা ছাত্ৰ সন্থা আৰু বাটাবাৰী ৰেঞ্জৰ বন কৰ্মীৰ দল এটাই সহযোগিতা আগবঢ়াই।

10/11/2023

সমূহ ৰাইজলৈ বিনম্ৰ অনুৰোধ।

25/09/2023

আবাহনৰ মষ্ট খানা।

25/09/2023

মোৰ ফেচবুক পেজলৈ সকলোতে স্বাগতম জনাইছো। 🙏🙏🙏

Want your business to be the top-listed Media Company in Nalbari?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Baksa
Nalbari
781343