AFZAL 365

AFZAL 365

Share

AFZAL 365

04/12/2025

GOOD MORNING EVERYONE

30/06/2025

বিশেষ এটা কামত সৰভোগ সমষ্টিৰ বিধায়ক মাননীয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ লগত।

26/06/2025

Celebrating my 3rd year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

26/06/2025

GOOD EVENING EVERYONE

Photos from AFZAL 365's post 06/08/2022

মোক বাক্সা জিলা কংগ্ৰেছ কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে নিযুক্তি দিয়াৰ বাবে | অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ লগতে সা: সম্পাদক শ্ৰীযুত বিপুল গগৈ ডাঙৰীয়া বাক্সা জিলা কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক শ্ৰীযুত দেৱ চেতীয়া ডাঙৰীয়া,নুৰুল ইছলাম ডাঙৰীয়া,সাজীয়া বেগম ডাঙৰীয়ানীলৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো |

27/07/2022
21/07/2022

ভাৰতবৰ্ষৰ নৱ নিৰ্বাচিত মহামান্য ৰাষ্ট্ৰপতি, দ্রৌপদী মুৰ্মু ডাঙৰীয়ানীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ।

06/07/2022

বৰপেটা ৰোড ৰাতিৰ ভিডিঅ’ |

02/07/2022

BTR গোৱৰ্দ্ধনা ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা
((((((((((((((((( #শ্ৰদ্ধাঞ্জলি_জ্ঞাপন)))))))))))))))))
==================================
মণিপুৰৰ ন'নৱে জিলাত সংঘটিত ভয়ংকৰ ভূমিস্খলনত অকাল মৃত্যুক সাৱটি লোৱা ভাৰতীয় সেনা বাহিনীত কৰ্মৰত ভৱানীপুৰ ৰৌমাৰী গাঁৱৰ কায়েম উদ্দিন চাহাবৰ পুত্ৰ জিয়াৰুল হকলৈ গোৱৰ্দ্ধনা ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা শ্ৰদ্ধঞ্জলি জনাইছোঁ |
দেশ মাতৃৰ হৈ সেৱা আগবঢ়াই থকা বীৰ জোৱান জনৰ মৃত্যুৰ খবৰে অতিকে মৰ্মাহত কৰিছে | JAI HIND

27/06/2022

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ সকলোঁ ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনালোঁ |

Want your school to be the top-listed School/college in Nalbari?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Nalbari
781341