Simang Rural Agro Tourism Resort
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Simang Rural Agro Tourism Resort, Hotel resort, Nagaon.
চিমাঙৰ পুখুৰীত থলুৱা মাছৰ খলকনিৰ দৃশ্য,
Beauty of SIMANG
20/11/2022
জুইৰ উত্তাপ লৈ থলুৱা খাদ্যৰ জুতি
20/11/2022
চিমাঙৰ ৰঙবোৰ
09/11/2022
সমষ্টি উন্নয়নৰ প্ৰকল্পৰ পৰ্যবেক্ষণৰ মাজতে আমাৰ সপোনৰ "চিমাং" ৰিজ'ৰ্টত দুপৰীয়াৰ অতিথি হিচাপে উপস্থিত হ'লহি নগাঁও লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ, সুকুমাৰ অনুভূতিৰে সুবেদী শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈদেৱ আৰু বঢ়মপুৰ বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক, কৰ্মোদ্যমী জনপ্ৰতিনিধি শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়া। তেখেতসকলক আমি সেৱা কৰাৰ সুযোগ লাভ কৰি আনন্দিত। আমাৰ চিন্তা আৰু আঁচনিৰ প্ৰতি তেখেতসকলে প্ৰদৰ্শন কৰা এই আন্তৰিকতাক কৃতজ্ঞতাৰে সাঁচি ৰাখিলোঁ। ধন্যবাদ।
03/08/2022
মাছ ধৰাৰ আনন্দ উপভোগ
চিমাংত জৈৱিক ভাবে উৎপাদিত সৰু আৰু ডাঙৰ মাছ নিজ হাতেৰে ধৰি আনন্দ উপভোগ কৰিবলৈ আৰু তৃপ্তিৰে এসাঁজ খাবলৈ আগতিয়াকৈ যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ🙏
8011454599👈
বিশ্ব পৰিবেশ দিৱশৰ দিনা আমাৰ আদৰৰ বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতম ৰ হাতেৰে এজোপা বিশেষ প্ৰজাতিৰ বিক্ষ চিমাঙৰ বোকোত ৰূপন কৰিবলৈ পায় আমি অপাৰ আনন্দ লভিলো,
08/06/2022
চিমাঙৰ নিৰিবিলি পৰিবেশৰ মাজত আমাৰ মৰমৰ শিল্পী ননী বৰপূজাৰী দেৱে ঘৰুৱা খাদ্যৰ জুতি ল'বলৈ অহাৰ বাবে আমি নথৈ আনন্দিত, ভগৱানে তেখেতক কুশলে ৰখাৰ কামনা কৰিলো ,
01/06/2022
থলুৱা মাছৰ জুতি ল'বলৈ চিমাঙলৈ আহিব,
চিমাঙ ত মাছ ধৰি অপাৰ আনন্দ লভিব পাৰিব
18/05/2022
চিমাঙত ৰোপন কৰা আকৰ্ষণীয় নাগলিঙগ গছৰ দৃশ্য,এই ফুলৰ সুন্দৰ সুগন্ধী দুই তিনি কিলোমিটাৰ দূৰলৈ বিয়পি পৰে, লোক বিশ্বাস মতে ভগৱান শিৱক সন্তোস্ত কৰিবলৈ এই ফুল তেওঁৰ চৰনত অৰ্পন কৰা হয় ।
এই দুৰ্লভ গছজোপাৰ পুলিৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰে ।
18/05/2022
চিমাঙত মাছ ধৰাৰ আনন্দ
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Nagaon
782003
29/03/2023