AN News

AN News

Share

Online News Portal In Assamese

02/06/2026

জুৰীয়াতো পহু খেদা দিলে কংগ্ৰেছী বিধায়ক নুৰুল হুদাক ।
ডবকাৰ পাছত এইবাৰ জুৰীয়াত পহুখেদা দিলে ৰূপহী হাট সমষ্টিৰ বিধায়ক নুৰুল হুদাক।

02/06/2026

আমিনগাঁৱত গৰীব জনতাৰ চাউল কাঢ়ি ব্যবসায়।
চৰকাৰৰ খাদ্য সুৰক্ষা আঁচনিৰ বগা চাউলৰ কলা বেহা ।
নলবাৰী জাগ্ৰাৰ পৰা বলেৰ' ভানত অনা গুৱাহাটী অভিমুখী চাউল ভৰ্তি বাহন জব্দ কৰিলে আমিনগাঁও আৰক্ষীয়ে ।

02/06/2026

ৰূপহীহাটৰ জনপ্রিয় বিধায়ক নুৰুল হুদাক মৰম কৰিলে ডবকাবাসীয়ে। নুৰুল হুদাক ডবকাবাসীয়ে অতিমাত্ৰা মৰম কৰাৰ কাৰনে নিজৰ দেহৰক্ষী এৰি পলায়ন কৰে ঘটনাস্থলীৰ পৰা।

01/06/2026

ৰূপহীহাট আৰক্ষীৰ উদ্যোগত গাঁওৰক্ষী বাহিনীলৈ সঁজুলি বিতৰণ।
জনসাধাৰণৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে অসম আৰক্ষীৰ অধীনস্থ ৰূপহীহাট আৰক্ষী থানাই এই পদক্ষেপ গ্ৰহণ কৰে।

01/06/2026

হাওৰাঘাটত ফুটবল ৰেফাৰীৰ পৰীক্ষা অনুষ্ঠিত

31/05/2026

জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীৰ মিঠাই বিতৰণ কাৰ্যসূচী ।
মুখ্যমন্ত্ৰী ড'হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিৰ প্ৰতি ঘৰে ঘৰে মিঠাই বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপিৰ কাৰ্যকৰ্তা সকলে ।

31/05/2026

ৰূপহীহাটৰ চাৰিআলীত ভয়ংকৰ পথ দুৰ্ঘটনা
নগাঁও অভিমুখে গৈ থকা AS-01K-9911 নম্বৰৰ এখন মানবাহী ট্ৰাকে ৰূপহীহাটৰ চাৰিআলীত এজন বৃদ্ধ পথচাৰীক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে।

31/05/2026

উত্তৰ গুৱাহাটী ৰহধলাত বড়ো জন গোষ্ঠীৰ বাৰ্ষিক ১২২সঃখ্যক খেৰাই পূজা অনুষ্ঠিত হয়।

31/05/2026

নিশা ৰূপহীহাটৰ কাছখাইতী মডাৰ্ণ আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত ভয়ংকৰ অ*গ্নি*কা*ণ্ডৰ ঘটনা।
জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বিদ্যালয় কথমপী ৰক্ষা পৰিল বিদ্যালয়ৰ ঘাতে লাগি থকা ওচৰ চুবুৰীয়া।

31/05/2026

ৰূপহীহাটৰ আমবাগানৰ দক্ষিণ ভোমোৰাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি পথ অৱৰোধ

Want your business to be the top-listed Media Company in Nagaon?
Click here to claim your Sponsored Listing.

Telephone

Address


Arabari, Lachitpur
Nagaon
782001