Live Talks

Live Talks

Share

LiveTalks is fast Digital News
Media from Northeast .We bring you the
daily latest news.,

For Advertisement : +91 9395872926

23/05/2026

হাওৰাঘাটত পুনৰ চুৰি কাণ্ড

কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত সংঘটিত হয় পুনৰ এক চুৰি কাণ্ড ।

25/04/2026

📍ৰাঘৱ চাড্ডাই আম আদম পাৰ্টিৰ পৰা পদত্যাগ, ৰাজ্যসভাৰ আন ৬ জন সাংসদ, বিজেপিত যোগদান ।
📍পদত্যাগ কৰি কি কলে ৰাঘৱ চাড্ডাই !

24/04/2026

📍ৰাঘৱ চাড্ডাৰ বিষয়ে কি কলে ধ্ৰুৱ ৰাথীয়ে !

17/04/2026

👉জামুগুৰিহাটৰ ৰঙাচুকুৱা গেদেৰিজানৰ আয়ুছ নেৱাৰৰ সফলতা।
👉 বিভিন্ন অনুষ্ঠানৰ অভিনন্দন ও শুভেচ্ছা জ্ঞাপন৷

05/04/2026

📌কংগ্ৰেছৰ আন এক মোক্ষম আঘাত ।।কংগ্ৰেছত অব্যাহত পদত্যাগৰ জোৱাৰ। মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰৰ জিলা সভাপতিৰ পৰা পদত্যাগ ।

05/04/2026

04/04/2026

ধিং সমষ্টিবাসী ৰাইজে কাক বিচাৰে বিধায়ক হিচাপে!
📌 জনাওঁক আপোনাৰ মতামত!

04/04/2026

👉নদুৱাৰ সমষ্টিত বিজেপিৰ ব্যাপক নিৰ্ব্বাচনী প্ৰচাৰ৷
👉 গোৰ্খা জনগোষ্ঠীৰ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু থাকিব৷
👉 ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত গোৰ্খা মনুহ সম্পুৰ্ণ নিৰাপদ৷

04/04/2026

লাহৰীঘাটবাসী ৰাইজে কাক বিচাৰে বিধায়ক হিচাপে!
📌 জনাওঁক আপোনাৰ মতামত!

03/04/2026
02/04/2026

'মুখ্যমন্ত্ৰীয়ে মোৰ আৰু মাৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন কৰিছে সেইবোৰ মিছা'।
'তেওঁলোকে মধ্য গুৱাহাটীত পৰাজয় স্বীকাৰ কৰি লৈছে':-কুংকি চৌধুৰী

Want your business to be the top-listed Media Company in Nagaon?
Click here to claim your Sponsored Listing.

Telephone

Address


Katahguri, Nagaon
Nagaon
782123