M LIVE AXOM

M LIVE AXOM

Share

সত্য আৰু ন্যায়ৰ সপক্ষে আপোচবিহীন যাত্ৰা

02/06/2026

মৈৰাবাৰীত শুভ উদ্বোধন মুছকান এণ্টাৰপ্ৰাইজ।

31/05/2026

*বৰছলাত কৰুণ দু*ৰ্ঘ(ট/নাঃ বিদ্যুৎস্পৃষ্ট হৈ ঠিকাভিত্তিক বিদ্যুৎ কৰ্মচাৰী জাকিৰ হুছেইনৰ মৃ/*ত্যু*

29/05/2026

ঈদৰ দিনাই মৈৰাবাৰীত ভ*য়ং*ক*ৰ ঘ*ট*না: এটা পৰিয়ালৰ কেইবাজনো লোকক হ*ত্যা/ৰ চেষ্টাৰে /আ/ক্ৰ/মণ।

28/05/2026

মৈৰাবাৰীত অবৈধ মদৰ ঘাটিত আৰক্ষীৰ অভিযান।

অভিযানত কিছু পৰিমানৰ সুৰা আৰক্ষীয়ে জব্দ কৰিছে বুলি জানিব পৰা গৈছে।

বিজয় ছাহানী, সঞ্জয় ছাহানী আৰু মজিবুৰ ৰহমানৰ অবৈধ মদৰ দোকানত চলিছিল অভিযান।

লোক তিনিজনে দীর্ঘ দিনৰ পৰা মৈৰাবাৰীত অবৈধ সুৰা বিক্ৰীৰ ৰমৰমিয়া ব্যৱসায় চলাই আহিছে।

28/05/2026

সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মোছাব্বিৰ আলিৰ বিৰুদ্ধে সৰৱ একেই দলৰ নেতা সকল।

27/05/2026

মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ব্যাপক সঁহাৰি:
মুছলিম ছাত্ৰ সন্থাকে আদি কৰি মৈৰাবাৰী অঞ্চলৰ আলিম সমাজেও সমৰ্থন কৰিছে মুখ্যমন্ত্ৰীৰ আহ্বানক।

25/05/2026

ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে বিধানসভাত দিয়া প্ৰথম বক্তব্য

24/05/2026

ধিং সমষ্টিৰ বিভিন্ন অঞ্চলৰ ছয়টাকৈ পথৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে ৰাইজৰ দলৰ বিধায়ক মেহবুব মুক্তাৰে।

24/05/2026

লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিফ মহম্মদ নাজাৰৰ ছয়টাকৈ পথৰ আধাৰশিলা স্থাপন।

21/05/2026

Breaking, Moirabari:

নিষ্ঠুৰ!
মৈৰাবাৰীৰ গৰীয়াবৰীত মৃ*ত ন*ৱ*জা*তক উদ্ধাৰ।

Want your business to be the top-listed Media Company in Morigaon?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Goriabori Pather
Morigaon
782126