J.Doley

J.Doley

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from J.Doley, Media, Kanpur.

Photos from J.Doley's post 09/04/2025

ডিমৌ শিলিখা গাওঁৰ পঃৰাগ উৎসৱত তুলা কেইটামান ফটো ।

01/04/2025

31/03/2025

আমি আহিলো গুৱাহাটীলৈ নেহেৰু পাৰ্কলৈ পৰিয়ালৰ হৈতে আহিলো ।

12/10/2022

মোৰ সৰু এটা দুকানৰ দৃশ্য

15/07/2020
18/07/2019

যোৱা ১৬ জুলাই মঙল বাৰে ১১৪ নং জোনাই বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত ভূবন পেগু ছাৰ চিচি বঢ়গাও ব্লকৰ চিয়াৰমেন শ্ৰীযুত দেৱ পেগু ছাৰ আৰু চিমেন মুখ আঞ্চালিক পঞ্চায়তৰ সদস্য শ্ৰীযুত সুজিৎ হাজং দেৱে চিমেন নদীৰ গঢ়া খহনীয়া আৰু বানৰ কবলত ক্ষতিগ্ৰস্ত হোৱা লগতে বানৰ কবলত পড়া চেঙাজান বাসী ৰাইজক কিছু চাউল ভিতৰন কৰে লগতে তেওঁলোকে চেঙাজান বাসীক এয়াও কয় যে ২৪ লাখ টকাৰ পাৰ্ক পাইন অতিশ্ৰীৰ্ঘে বনোৱাৰ কথাও দিয়ে কিন্তু তেওঁলোকৰ এই কথা সচাঁ‌কে হ'বনে ?

Want your business to be the top-listed Media Company in Kanpur?
Click here to claim your Sponsored Listing.

Category

Website

Address


Kanpur
208001