Geet-Rag
This page represent whole Assam and North-East Cultural ..... we give you some entertainment...
শিশু শিল্পী দুজনৰ প্ৰৱেশ চাওক
দশৰথ আৰু সুমন্ত 🙏🙏
শংকৰ-মাধৱ শিল্পী সমাজ, ফুলপানীছিগা
সেৱকী - প্ৰদীপ খাউণ্ড আৰু পৰিয়ালবৰ্গ
স্থান - মগলৌ পুখুৰী নামঘৰ
পেজটো সকলোৱে ফ'ল কৰিব 🙏🙏
গুৰু বন্দনা🙏
বঢ়াৰ পো মাধৱদেৱৰ দ্বাৰা ৰচিত এভাগি ঘোষা
গায়ন অংকুৰ দত্তৰ কণ্ঠত ।।
নাট - সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ
দেৱ আৰু দানৱৰ এখন তয়াময়া যুদ্ধ ।।
নাট - সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ
দল - মণিকূট নাট্যগোষ্ঠী মৰিজাঁজী, টীয়ক
ইন্দ্ৰ - উন্মিলন
সম্বৰাসুৰ - মাইনা
দোহাৰ - বেদব্ৰত আৰু পৰিমল ।
সেৱকী - বিকাশ বৰা আৰু পৰিয়ালবৰ্গ, জগদুৱাৰ ন-পমুৱা গাঁও
৩৪৮ নং মৰাণ গাঁও প্ৰাথমিক বিদ্যালয়ৰ
কণমানি ছাত্ৰ দেৱাংশ গগৈৰ খোলবাদন ।
ঐতিহ্যমণ্ডিত বাসুদেৱ থান 🙏
যাক দেখা কৰিলে মনৰ সকলো কামনা সিদ্ধি হয় ।
Click here to claim your Sponsored Listing.
Category
Website
Address
Origin From Jorhat
Jorhat