Theater Rudrakonya
Performing Arts
28/07/2023
আখৰা আৰম্ভ কৰিছো উদিপ্ত ভাস্কৰ কলিতাৰ ৰচনাৰে প্ৰতিম গগৈ পৰিচালনাৰে বনবাসী ৰাধা ।
২০২৩/২৪ নাট্যবৰ্ষৰ বাবে সাজু হোৱাৰ প্ৰাকক্ষনত আমি সাজু কৰি তুলিছো আমাৰ স্থায়ী কাৰ্য্যালয় ।
থিয়েটাৰ ৰুদ্ৰকন্যা ৰ আখৰা শুভাৰম্ভৰ প্ৰাকক্ষণত জনপ্ৰিয় শিল্পী জুবিন দাৰ ৰাইজলৈ দুআষাৰ...
আহি আছে “ মন হিয়া মন “
সুৰ/সংগীত/কথা : অজয় ফুকন
কন্ঠ : জুবিন গাৰ্গ
" থিয়েটাৰ ৰুদ্ৰকন্যা ”
02/07/2023
🙏🙏📞
পূৰ্ণ গতিত "যোদ্ধা নায়ক"ৰ গীতৰ কাম…..
সুৰ/সংগীত/কথা : অজয় ফুকন
কন্ঠ : জুবিন গাৰ্গ
" থিয়েটাৰ ৰুদ্ৰকন্যা ”
12/06/2023
❤️❤️❤️
আহি আছে বিশাল আয়োজনেৰে....
25/05/2023
অসমবাসী ৰাইজৰ মৰম বিছাৰি , নাট্যজগতত নতুনকৈ সংযোজন হ'বলৈ আগবাঢ়িছে থিয়েটাৰ ৰুদ্ৰকন্যা । আগতিয়া পেন্দেলৰ বাবে যোগাযোগ কৰিব পাৰে । ধন্যবাদ 🙏
16/05/2023
পূৰ্ণ প্ৰস্তুতিৰে সাজু....
অপেক্ষা মাথোন কেইটামান দিনৰ…
05/05/2023
যুৱ নাট্যকাৰ পৰিচালক অভিনেতা কবিন ৰাজ আৰু প্ৰিয়ঙ্কালৈ যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল ॥
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Jorhat
785001
28/07/2023