PRIME ASSAM digital

PRIME ASSAM digital

Share

প্ৰাইম Assam Digital, নিৰ্ভীক নিৰপেক্ষ কেৱল ৰাইজৰ পক্ষত..

05/06/2026

বন্ধ নহয় ৰেচনৰ সামগ্ৰী। ১ আগষ্টৰ পৰা চৰকাৰী আঁচনি লাভ কৰিব ৰাইজে : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা।

05/06/2026

যোৰহাটত আৱৰ্জনাৰ পৰা প্ৰস্তুত হ'ব উন্নত মানদণ্ডৰ পথ বনাবলৈ‌ ব্যৱহাৰ কৰা "ব্লক" । লগতে পথত ব্যৱহাৰ বিটুমিনৰ সংমিশ্ৰণ কৰিব পৰা বিভিন্ন সামগ্ৰী । আপদৰ পৰা সম্পদ সৃষ্টিৰ নতুন অধ্যায়।

05/06/2026

আজি যোৰহাট গড়মূৰৰ পৰা নিৰুদ্দেশ এগৰাকী ৬৮বছৰীয়া বৃদ্ধ ।নিৰুদ্দিষ্ট ব্যক্তিগৰাকীৰ নাম নগেন দাস ।

05/06/2026

নাজিৰা শ্মশানৰ "শান্তি বন"ত বিশ্ব পৰিৱেশ দিৱস পালন....জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত বৃক্ষ ৰোপণেৰে পালন কৰে বিশ্ব পৰিৱেশ দিৱস.....

05/06/2026

যোৰহাটত ‘হামদৈ’ৰ দ্বিতীয়খন বিপনী মুকলি.... প্ৰথমখন বিপনীৰ সফলতাৰ পাছত আজি যোৰহাটৰ তৰাজান, জে বি হুণ্ডাই শ্ব'ৰুমৰ সমীপত ‘হামদৈ অৰ্গেনিক’ৰ দ্বিতীয়খন বিপনী আনুষ্ঠানিকভাৱে মুকলি কৰা হয়.....

05/06/2026

গছ থাকিলেহে মানুহ থাকিব জাতি থাকিব বুলি মন্তব্য কৰি সকলোকে পৰিবেশৰ প্ৰতি সজাগ হবলৈ আহ্বান বীৰ লাচিত সেনাৰ....টীয়কৰ চাৰিলেনযুক্ত পথৰ দাঁতিত প্ৰায় ১০০০ গছপুলি ৰোপণৰ ব্যৱস্থা.....

05/06/2026

টীয়কত শিকলি'ৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত গছপুলি বিতৰণ.....

05/06/2026

যোৰহাটৰ ক্ৰিছেন্ট কিডছ স্কুলত পৰিৱেশ দিৱস উদযাপন। কণ কণ ছাত্ৰ-ছাত্ৰীক পৰিৱেশৰ প্ৰতি সজাগ কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজিৰ এই অনুষ্ঠানত কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সময় অতিবাহিত কৰে অসমৰ জনপ্ৰিয় মোহমময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।

05/06/2026

কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ভৱন নিৰ্মাণত বিসংগতি, নিম্ন মানদণ্ডৰ কামৰ অভিযোগ, কাকজান আছুৰ তদন্তৰ দাবী.........

05/06/2026

আজি বিশ্ব পৰিবেশ দিৱস....কলিয়াবৰ উন্নয়ণ খণ্ডৰ সৌজ্যনত আৰু উত্তৰ পূৱথৰীয়া গাওঁ পঞ্চায়তৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন....

Want your business to be the top-listed Media Company in Jorhat?
Click here to claim your Sponsored Listing.

Telephone

Address


New Vill Road
Jorhat
785001