KHI ROD B
closed
20/09/2023
গৰু গাড়ী, ঘোঁৰা গাড়ীৰ দেখিছে কিন্তু জেব্ৰা গাড়ী ? ১৯৩০ চনৰ ফটো ৷ আমিবোৰ বাৰু তেতিয়া ক’ত কেনেকৈ আছিলো ?
19/09/2023
এটি যুগৰ ফটো ৷ সাধুকথা যেন লগা এটি ক্ষণ ৷ গছজোপাত ওলমাই থৈছে এটি ৰেডিঅ’ আৰু গাঁৱৰ ৰাইজে একেলগে বহি শুনি শুনিয়েই আজি LCD ৰ দৰে আনন্দ লৈছিল ৷
17/09/2023
প্ৰথম Oil India Limited . সঁচাকৈ কি যুগ আছিল ৷ নাছিলকোনো আজিৰ দৰে অত্যাধুনিক মেচিন ৷ মানুহ হাতী আদিয়ে বস্তু ডাঙি অনানিয়া কৰিছিল ৷
17/09/2023
#জানোআহক
টকিঅ’ ত ১৯২০ চনতে ই-ৰিক্সা চলিছিল ৷ মাত্ৰ ডিজাইন সলনি হৈছে বৰ্তমান ৷ অতীত অবিহনে বৰ্তমানো অসম্ভৱ নহয়নে ৷
16/09/2023
#জানো_আহক
এই ফটোখন ১৮৮৭ চনত কেমেৰাই তোলা ৷ ৰজা সখাৰাম ৰাও ৷ অতীজতে আমাৰ ভাৰতৰ লোক সকলৰ কেনেকুৱা জীৱন শৈলী আছিল ফটোখন দেখি জানিব মন যায় নহয়নে ? আমি বাৰু ক’ত কি ৰূপত আছিলোঁ তেতিয়া বা এই সকল এতিয়া ক’ত কি ৰূপত আছে ! আচৰিত জীৱনচক্ৰ ৷
16/09/2023
#জানো_আহক
এই যে বস্তুটো কি বাৰু ? আচৰিত যেন লগা বস্তুটো প্ৰকৃততে এটি পোছাক ৷ হয় ১৭০০বছৰ পুৰণা ৰোমান সৈনিকে পিন্ধা এটি লোহাৰ পোছাক ৷ যিযোৰ পোছাক ৫০হাজাৰ লোহাৰ ৰিঙেৰে তৈয়াৰী ৷ বৰ্তমান ব্ৰিটেইনত সংৰক্ষিত ৷
এটা মছলা নথকা সৰু কিন্তু গুৰুত্বপূৰ্ণ ভিডিঅ ৷
15/09/2023
1900 চনৰ Oriental building, Mumbai(Bombay)
Click here to claim your Sponsored Listing.
Category
Website
Address
Jorhat