NAtions STation

NAtions STation

Share

Agency where we believe in building relationships and telling stories for our clients in the traditional and online space through simplified communication.

Unheard stories of people + hard works to get a platform=reach the masses and Excel√√•

07/11/2025

| The District and Sessions Court at Kailashahar in Unakoti district has sentenced three Bangladeshi nationals to two years of rigorous imprisonment for violating provisions of the Indian Passport Act and the Foreigners Act.

The convicts are Md. Rahnur Rahaman (son of Md. Rafikul Alam, resident of Kulaura, Moulvibazar district), Jahid Ahmed (son of Abdul Khalik, resident of Kurigram, Sylhet district), and Ruman Ahmed (son of Maklish Rahaman, resident of Kurigram, Sylhet district) were found guilty in connection with Kailashahar Police Station Case No. 113/2024, registered under Section 249 of the Bharatiya Nyaya Sanhita (BNS), Section 3 of the Indian Passport Act, and Sections 14A, 14B, and 14C of the Foreigners Act.

The court imposed a fine of Rs 5,000 each under Section 3, Rule 6(A) of the Indian Passport Act, with a default clause of one month’s simple imprisonment. Additionally, each was sentenced to two years of rigorous imprisonment and fined Rs 10,000 under Sections 14A(A)(B) of the Foreigners Act. In default of payment, they will serve an additional two months of simple imprisonment.

The case was investigated by ASI Asish Paul of Kailashahar Police Station, who filed the charge sheet following a detailed investigation. After evaluating the evidence presented, the court found the accused guilty beyond reasonable doubt and pronounced the judgment accordingly.

The conviction reflects the Tripura Police’s firm stance against illegal border crossings and its sustained efforts to curb violations of immigration and passport laws in border areas of the state.

অসমৰ চাহশিল্প 21/04/2021

চাহ (ইংৰাজী: Tea) হৈছে সুগন্ধযুক্ত আৰু স্বাদবিশিষ্ট এবিধ পানীয়। গৰম পানী আৰু চাহ গছৰ পাতৰ পৰা তৈয়াৰ কৰা হয়। ব্যক্তিবিশেষৰ সোৱাদ অনুসৰি ইয়াৰ লগত আন সামগ্ৰী, যেনে: চেনি, গাখীৰ আদিও সংযোগ কৰা হয়।পানীৰ পিছতে চাহ হৈছে বিশ্বৰ আটাইটকৈ বেছি সেৱন কৰা পানীয়। অসম চাহৰ কাৰণে বিখ্যাত। এই চাহৰ যোগেদি অসম ভাৰতৰ ভিতৰত এক উল্লেখযোগ‍্য স্থান ৰূপে পৰিগণিত হৈছে। অসমৰ এই চাহ বিদেশলৈ ৰপ্তানি হয় আৰু তাৰ দ্বাৰা ভাৰতে বৈদেশিক মুদ্ৰা অৰ্জন কৰে। অসমৰ অৰ্থনৈতিক বিকাশৰ দিশলৈ চাহে যথেষ্ট অৱদান আগবঢ়াইছে। বৃটিছসকল অসমলৈ অহাৰ পাছত কসমত চাহ গছৰ খেতি আৰম্ভ হয়। এই ক্ষেত্ৰত বৃটিছে বিশেষ উদ‍্যোগ হাতত লয় যদিও অসমীয়া চাহ খেতিয়ক মণিৰাম দেৱান বৰ ভাণ্ডাৰ বৰুৱাৰ অৱদান উল্লেখযোগ্য। মণিৰাম দেৱানৰ তত্ত্বাৱধানতবৃটিছ সকলে অসমত চাহ শিল্পৰ ভেটি নিৰ্মাণ কৰে। …...

অসমৰ চাহশিল্প চাহ (ইংৰাজী: Tea) হৈছে সুগন্ধযুক্ত আৰু স্বাদবিশিষ্ট এবিধ পানীয়। গৰম পানী আৰু চাহ গছৰ পাতৰ পৰা তৈয়াৰ কৰা হয়। ব্যক্.....

জাতীয় জীৱনৰ ৰংগালয়~নামঘৰ 21/04/2021

https://axomthepeerlessland.wordpress.com/2021/04/21/%e0%a6%9c%e0%a6%be%e0%a6%a4%e0%a7%80%e0%a7%9f-%e0%a6%9c%e0%a7%80%e0%a7%b1%e0%a6%a8%e0%a7%b0-%e0%a7%b0%e0%a6%82%e0%a6%97%e0%a6%be%e0%a6%b2%e0%a7%9f%e0%a6%a8%e0%a6%be%e0%a6%ae%e0%a6%98%e0%a7%b0/

"Reminder" New Post Alert! :) Check in to the website for more interesting content ✅🙏

জাতীয় জীৱনৰ ৰংগালয়~নামঘৰ নামঘৰ অসমীয়া লোকসকলৰ নাম-কীৰ্তন কৰা উপাসনা ঘৰ বা প্ৰাৰ্থনা গৃহ। শ্ৰীমন্ত শংকৰদেৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে প্ৰ....

14/04/2021

Extending my heartfelt greetings and best wishes on the occasion of the Assamese New Year. Happy Bohag/Rongali Bihu 🌺🙏🏼🌾

29/03/2021

I hope you had a great holi celebration🎊🎉so the new post is up! Do read and I will appreciate your feedback. Thank you and wish you all a very Happy holi once again

https://axomthepeerlessland.wordpress.com/2021/03/29/%e0%a6%85%e0%a7%b0%e0%a6%a3%e0%a7%8d%e0%a6%af-%e0%a6%ae%e0%a6%be%e0%a6%a8%e0%a7%b1-%e0%a6%af%e0%a6%be%e0%a6%a6%e0%a7%b1-%e0%a6%aa%e0%a6%be%e0%a7%9f%e0%a7%87%e0%a6%82/

Do like and share. 🌼🌺

12/03/2021

প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰা আহোম সকলৰ এক বৰ্ণিল ইতিহাস আছে। যদিও তেওঁলোক আদিতে ব্ৰহ্মদেশৰ অন্তৰ্গত ইৰাৱতী উপত্যকাৰ শ‍্যান প্ৰদেশৰ পৰা অসমলৈ আহিছিল।আহোম সকল অসমৰ ৰাজবংশী টাই জাতীয় মানুহ। তেওঁলোক ফুৰালং বা মহাবিষ্ণু পূজক বৈষ্ণৱধৰ্মী আৰু ইন্দ্ৰবংশীয় লোক, সেই বাবেই তেওঁলোকৰ ৰজাক স্বৰ্গদেউ বোলা হয়। ঈশ্বৰক তেওঁলোকে জ‍্যোতিম্ময় পূৰ্ণব্ৰহ্ম বুলি মানিছিল। আহোম সকলে অসমত বসবাস কৰি অসমৰ সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, পাৰিবাৰিক সকলো দিশত এক সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলাই চিৰ যুগমীয়া হৈ ৰ'ল।আহোম সকলৰ ভাষা আৰু সাহিত্য চহকী আছিল। দেওধাই মহন, বাইলুং এই তিনি খেলৰ মানুহে আহোম ভাষাত লিখা পঢ়াৰ চৰ্চ্চা কৰিছিল। বুৰঞ্জী লিখাত আহোম সকল বৰ পৈণত আৰু পৃথিৱীৰ ভিতৰত অগ্ৰগণ‍্য জাতি আছিল { 'বুৰঞ্জী ' শব্দৰ অৰ্থ হ'ল (বু- নজনা ; ৰণ- জনোৱা ; জী- ভঁৰাল) নজনা কথা জনোৱাৰ ভঁৰাল }। আহোম ৰজাসকলৰ নাম আৰু বিষয়া সকলৰ নামৰ আগত "...

https://axomthepeerlessland.wordpress.com/2021/03/12/%e0%a6%86%e0%a6%b9%e0%a7%8b%e0%a6%ae-%e0%a6%b8%e0%a6%95%e0%a6%b2%e0%a7%b0-%e0%a6%95%e0%a6%bf%e0%a6%9b%e0%a7%81-%e0%a6%95%e0%a6%a5%e0%a6%be/

To read more visit the website ~~

“আহোম সকলৰ কিছু কথা” 12/03/2021

প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰা আহোম সকলৰ এক বৰ্ণিল ইতিহাস আছে। যদিও তেওঁলোক আদিতে ব্ৰহ্মদেশৰ অন্তৰ্গত ইৰাৱতী উপত্যকাৰ শ‍্যান প্ৰদেশৰ পৰা অসমলৈ আহিছিল।আহোম সকল অসমৰ ৰাজবংশী টাই জাতীয় মানুহ। তেওঁলোক ফুৰালং বা মহাবিষ্ণু পূজক বৈষ্ণৱধৰ্মী আৰু ইন্দ্ৰবংশীয় লোক, সেই বাবেই তেওঁলোকৰ ৰজাক স্বৰ্গদেউ বোলা হয়। ঈশ্বৰক তেওঁলোকে জ‍্যোতিম্ময় পূৰ্ণব্ৰহ্ম বুলি মানিছিল। আহোম সকলে অসমত বসবাস কৰি অসমৰ সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, পাৰিবাৰিক সকলো দিশত এক সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলাই চিৰ যুগমীয়া হৈ ৰ'ল।আহোম সকলৰ ভাষা আৰু সাহিত্য চহকী আছিল। দেওধাই মহন, বাইলুং এই তিনি খেলৰ মানুহে আহোম ভাষাত লিখা পঢ়াৰ চৰ্চ্চা কৰিছিল। বুৰঞ্জী লিখাত আহোম সকল বৰ পৈণত আৰু পৃথিৱীৰ ভিতৰত অগ্ৰগণ‍্য জাতি আছিল { 'বুৰঞ্জী ' শব্দৰ অৰ্থ হ'ল (বু- নজনা ; ৰণ- জনোৱা ; জী- ভঁৰাল) নজনা কথা জনোৱাৰ ভঁৰাল }। আহোম ৰজাসকলৰ নাম আৰু বিষয়া সকলৰ নামৰ আগত "...

“আহোম সকলৰ কিছু কথা” প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰা আহোম সকলৰ এক বৰ্ণিল ইতিহাস আছে। যদিও তেওঁলোক আদিতে ব্ৰহ্মদেশৰ অন্তৰ্গত ইৰাৱতী উপত্যকাৰ ...

Want your business to be the top-listed Media Company in Jorhat?
Click here to claim your Sponsored Listing.

Category

Address


Jorhat