PRIME ASSAM

PRIME ASSAM

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from PRIME ASSAM, Media/News Company, New Vill Road Jorhat, Jorhat.

12/07/2023

অসমৰ সংবাদ জগতত এটা চিনাকি নাম প্ৰাইম Assam,, 44k followers ৰে সমৃদ্ধ যোৰহাটৰ এটা প্ৰতিষ্ঠিত তথা জনপ্রিয় পৰ্টেল Prime Assam নামৰ এই পেজটো মেটাৰ কাৰিকৰী বিজুতিৰ বাবে স্থগিত ৰখা হৈছে কিছুদিন। জন্মলগ্নৰে পৰা যোৱা চাৰিটা বছৰে যোৰহাট তথা অসমবাসীৰ পৰা যি অকুন্ঠ মৰম আৰু অভূতপূৰ্ব সঁহাৰি আমি লাভ কৰিছিলো সেয়া সচাঁকৈয়ে Prime Assam পৰিয়ালৰ বাবে অত্যন্ত গৌৰৱৰ কথা।

অতি শীঘ্রেই Prime Assam Digital নাম লৈ আমি ৰাইজৰ মাজলৈ পুনৰ আহি আছো ন ৰূপেৰে ,এক ন উদ্যমেৰে। আমি আশাবাদী পূৰ্বৰ দৰেই মৰম, আদৰৰে Prime Assam Digital পৰিয়ালক পুনৰ আকোঁৱালি ল'ব অসমবাসী ৰাইজে।

https://www.facebook.com/profile.php?id=100094362473072&mibextid=ZbWKwL

PRIME ASSAM digital প্ৰাইম Assam Digital, নিৰ্ভীক নিৰপেক্ষ কেৱল ৰাইজৰ পক্ষত..

11/07/2023

সমষ্টিৰ নাম সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য..
সমষ্টি নিদ্ধাৰণ হোৱা পাছত ক‌ংগ্ৰেছৰ পানীত হাঁহ নচৰা অৱস্থা হব।সেইয়ে হে চট ফতাই আছে..
২০১১ ওপৰত যি সকলে পুনৰ নিৰ্ধাৰণ বিছাৰিচে সেই সকলৰ জ্ঞানৰ অভাৱ...

11/07/2023

বিজেপি চৰকাৰৰ "সবকা সাথ সবকা বিকাশ" যেন মাথোঁ এক শ্লোগান হৈয়ে ৰ'ল, আজিও এখন গাঁৱে ঢুকি নাপালে চৰকাৰৰ কোনো চৰকাৰী আঁচনি...

11/07/2023

২০২৬ চনলৈ বহু দুৰ্নীতিগ্ৰস্ত আৰক্ষীৰ যাব চাকৰি, আৰক্ষীক শেষ সকিয়নী মূখ্যমন্ত্রীৰ..

11/07/2023

কাজিৰঙা বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা...

11/07/2023

প্ৰাগ নিউজৰ উজনি অসমৰ ব্যুৰ চীফ উৎপল বৰাক শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাক লৈ আমগুৰিত প্ৰতিবাদ..

11/07/2023

ৰেল ষ্টেচনক আধুনিকীকৰণ আৰু দূৰণিবটীয়া ৰেলৰ ষ্ট'পেজৰ দাবীত তিতাবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

11/07/2023

বৰ অসমৰ ভেটি গঢ়োঁতা মহান আহোম স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফা সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰে মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই..

11/07/2023

যোৰহাটৰ মধুপুৰজান পথত মৃতদেহ উদ্ধাৰকলৈ সৃষ্টি হৈছে চাঞ্চল্যৰ

11/07/2023

কাকজান কলেজলৈ নাকৰ এ গ্ৰেড,সংবাদমেল সম্বোধন কৰি সকলোকে জনালে ধন্যবাদ..

11/07/2023

চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আটছাৰ ঘেৰাও আৰু ধৰ্ণা কাৰ্যসূচী, কেইবাটাও দাবীৰে উত্তাল কৰি তোলে পৰিবেশ

11/07/2023

এইবাৰ ডাইয়েৰী ফাৰ্মত গো-ধনৰ পৰিৱৰ্তে গাঞ্জাৰ খেতি,গৰু ৰখাৰ নামত চৰকাৰী ভূমি আবন্টন লাভ কৰা NGO ই চলাইছে অবৈধ গাঞ্জাৰ ৰমৰমীয়া বেহা...

Want your business to be the top-listed Media Company in Jorhat?
Click here to claim your Sponsored Listing.

Culinary Team

Attire

Address


New Vill Road Jorhat
Jorhat
785001