DIPOM DAS

DIPOM DAS

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DIPOM DAS, Social service, Hojai.

Photos from DIPOM DAS's post 14/06/2023

#মহা জনসম্পর্ক অভিযান
আজি ইং 14/06/23 তাৰিখে ভাৰতীয় জনতা পার্টি, হোজাই জিলাৰ অন্তৰ্গত সকলো মৰ্চাৰ বিষয়ববীয়া, সদস্য,সদস্যা সকলক লৈ হোজাই জিলা সভাপতি অনুপ
দেৱ ডাঙৰীয়া সভাপতিত্বত শংকৰদেৱ নগৰ স্থিত জিলা কাৰ্যালয়ত সংযুক্ত মৰ্চা সন্মিলন অনুষ্ঠিত কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ chief Spokes person
তথা ৰাজ্য সভাৰ সাংসদ সন্মানীয় Kamakhya Prasad Tasa, হোজাই সমষ্টিৰ বিধায়ক মাননীয় Ramkrishna Ghosh, লামডিং সমষ্টিৰ বিধায়ক মাননীয় Sibu Misra, তথা অন্যান্য বিশিষ্ট নেতৃবৃন্দ
উপস্থিত থাকে।।।
Diplu Ranjan Sarma
Sidhanku Ankur Barua
Anup Deb

26/01/2022

वंदे मातरम ।
भारत माता की जय ।
सर्वे भवन्तु सुखिनः। 73 वे गणतंत्र दिवस पर हम अपने राष्ट्र के भौतिक और आध्यात्मिक प्रगति की कामना करते हैं एवम सबको शुभकामनाएं।जय हिन्द🙏🙏

07/07/2021

কেন্দ্রীয় মন্ত্রী হিচাপে শপত গ্ৰহণ কৰা অসমৰ প্রাক্তন মুখ্যমন্ত্রী শ্ৰীযুত সর্বানন্দ সােণােৱাল ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনালোঁ।

17/03/2021

ৰাইজে নকৰে ভুল
আকৌ ফুলিব পদুম ফুল
কেন্দ্ৰত বিজেপি ৰাজ্যতো বিজেপি
BJP+=100+
জয় শ্ৰী ৰাম

17/03/2021

#আকৌ সর্বানন্দ অসমৰ মুখ্যমন্ত্রী
ৰাজ্যবাসীৰ প্রথম পচন্দৰ ৰাজনৈতিক নেতাজন হৈছে
সর্বানন্দ সােনােৱাল | অপ্রতিৰােধ্য সর্বানন্দ সােনােৱাল।
অপ্রতিদ্বন্দ্বী সর্বানন্দ সােনােৱাল | জয় সর্বানন্দ।।

সর্বানন্দ......অসমৰ বাবে।।

21/01/2021

"অটল অমৃত অভিযান আঁচনি"য়ে দৰিদ্র সীমাৰেখাৰ তলৰ ৰােগী সকলক দিছে জীয়াই থকাৰ সাহস আৰু স্বপ্ন।

"অটল অমৃত অভিযান" আঁচনিৰ জৰিয়তে হৃদ ৰােগ, বৃক্ক ৰােগ, কৰ্কট ৰােগ, জুইয়ে পােৰা, নবজাতকৰ ৰােগ আদি ৰােগ সমূহৰ চিকিৎসাৰ বাবে দুই লাখ টকাকৈ সাহার্য আগবঢ়াইছে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন চৰকাৰে।

Photos from DIPOM DAS's post 21/01/2021

কথাৰে নহয় কামে পৰিচয় RE-SVAYEM
ৰাজ্যৰ ২ লাখ নিবনুৱা যুৱক-যুৱতীলৈ স্বাৱলম্বীতাৰ বাবে ৫০,০০০টকাকৈ প্ৰদানৰ প্রতিশ্রুতি পালন কৰি, প্রথম কিস্তিত ৩০,০০০ টকা প্রত্যক্ষভাবে
হিতাধিকাৰীৰ একাউন্টত দিয়া আৰম্ভ হ'ল।
ধন্যবাদ ডাঙৰীয়া
ধন্যবাদ ডাঙৰীয়া
ধন্যবাদ #অসমচৰকাৰ

Photos from DIPOM DAS's post 19/01/2021

Going to Guwahati Social Media Meeting at Kalakhetra
BJYM

Want your organization to be the top-listed Government Service in Hojai?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Hojai
782439