CYSS HOJAI
Political page
12/03/2023
২ এপ্ৰিল, দেওবাৰ 💥💥
✅ উন্নতমানৰ শিক্ষা ব্যৱস্থাৰ বাবে
✅ উন্নতমানৰ স্বাস্থ্যসেৱাৰ বাবে
✅ বিজুলী আৰু বিশুদ্ধ খোৱা পানীৰ বাবে
✅ মহিলা সৱলীকৰণ আৰু মহিলাৰ সুৰক্ষাৰ বাবে
✅ উন্নত পৰিবহণৰ বাবে
✅ নিবনুৱা সমস্যা সমাধানৰ বাবে
✅ দুৰ্নীতি-ভ্ৰষ্টাচাৰ নিৰ্মূলৰ বাবে
✅ সাম্প্ৰদায়িক ৰাজনীতি উৎখাতৰ বাবে
✅ স্বেচ্ছাচাৰী শাসন নিৰ্মূলৰ বাবে
✅ অসমৰ জাতীয় সমস্যা সমাধানৰ বাবে
✅ মূল্যবোধ আৰু কামৰ ৰাজনীতি প্ৰতিষ্ঠাৰ বাবে
✅ সু-শাসনৰ বাবে
✅ অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে
👉 পৰিবৰ্তনৰ বাবে সাজু "অসম"
#আহি_আছে_কেজৰিৱাল
12/03/2023
সুখবৰ!
আপ তথা ৰাইজৰ নেতা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া অহা ২ এপ্ৰিল তাৰিখ দেওবাৰে গুৱাহাটীত আহি অসমৰ ৰাইজক সম্বোধন কৰিব। সকলোৰে উপস্থিতি কামনা কৰিছোঁ।
09/10/2022
মা লক্ষ্মীয়ে সমূহ অসমবাসী ৰাইজৰ অভাৱ-অনাটন দূৰ কৰি ধনে-ধানে শস্যৰে ঘৰ-পথাৰ ভৰাই ৰাখক...
05/10/2022
শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু ৷
তাহান্ত বিনাই নাই নাই নাই
আমাৰ পৰম গুৰু
অসমীয়া সমাজ জীৱনৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ৫৭৩ তম জন্মবাৰ্ষিকী উপলক্ষে স্মৰণ কৰিছোঁ৷
02/10/2022
29/09/2022
CYSS ৰ দুৱাৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰী লৈ খোলা আছে আৰু থাকিব।
এতিয়া সিদ্ধান্ত ছাত্ৰ সমাজৰ, আদৰ্শ ৰাজনীতি বিচাৰে নে, গুণ্ডা ৰাজনীতি।
B H কলেজ ৰ ছাত্ৰ সমাজে অহাকালি সঠিক সিদ্ধান্ত ল'ব বুলি আমি দৃঢ় বিশ্বাসী।
যোগ দিয়ক CYSS ৰ আদৰ্শ ৰাজনীতিত,
যোগ দিয়ক CYSS ৰ সংগ্ৰামৰ ৰাজনীতিত,
যোগ দিয়ক CYSS ৰ পঢ়াৰ ৰাজনীতিত,
যোগ দিয়ক CYSS ৰ দেশ গঢ়াৰ ৰাজনীতিত।
28/09/2022
যোৱাকালি গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ নৱম প্ৰতিষ্ঠা দিৱস সুন্দৰভাৱে উদযাপন কৰা হয়।
উক্ত দিনজোৰা কাৰ্যসূচী ছাত্ৰ যুৱ সংগ্ৰাম সমিতি, অসমৰ ৰাজ্যিক সমন্বয়ক দিব্যজ্যোতি কুলি ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় তথা মুখ্য অতিথি হিচাপে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাদেৱ, বিশিষ্ট অতিথিৰূপে ৰাজ্যিক সমন্বয়ক ডঃ ভবেন চৌধুৰীদেৱৰ লগতে ৰাজ্যিক বিষয়ববীয়াসকল উপস্থিত থাকে।
সংগ্ৰাম কৰা পঢ়িবলৈ, পঢ়া দেশ গঢ়িবলৈ।
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Hojai