HAJO PRESS CLUB
Hajo Press Club
Estd. 1996
Place - Hajo
29/03/2026
গুণীজনৰ গুণ জীৱিত কালতেই গোৱাৰ পৰিৱেশ আজিকালি যেন নাইকিয়া হৈছে। তাৰ মাজতেই ব্যতিক্ৰম এক পদক্ষেপ হিচাপে সমাজ তথা দহৰ হিতৰ কাৰণে নিজস্ব চিন্তা-চেতনাৰে নতুন প্ৰজন্মক প্ৰেৰণা দিয়া আৰু ক্ৰীড়া ক্ষেত্ৰ উত্তৰণৰ বাবে দায়ৱদ্ধতাৰে কাম কৰি যোৱা বিশিষ্ট ক্ৰীড়া সংগঠক শ্ৰদ্ধাৰ শ্ৰীমদন মোহন দাস দেৱৰ জীৱন পৰিক্ৰমাক লৈ হাজো প্ৰেছ ক্লাবে প্ৰকাশ কৰি উলিয়াইছে "ক্ৰীড়া প্ৰভাকৰ মদন মোহন দাস অভিনন্দন গ্ৰন্থ।" আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে গ্ৰন্থখন উন্মোচন কৰা হয়।
হাজোৰ মাজমজিয়াত হাজো প্ৰেছ ক্লাবৰ কাৰ্যালয় মুকলি
23/02/2026
📍হাজো প্ৰেছ ক্লাবৰ সাংগঠনিক নিযুক্তি
➡️ অমল দাস আৰু মৃদুল মজুমদাৰ সহকাৰী সম্পাদক
➡️ সাংগঠনিক সম্পাদক পদত দিগম্বৰ কলিতা (মুন্না)
➡️ কাৰ্যালয় সম্পাদক পদত ভৃগু দাস
25/10/2025
23/10/2025
হাজো প্ৰেছ ক্লাবৰ কাৰ্যালয় সম্পাদক দিগম্বৰ কলিতা (মুন্না)লৈ জন্মদিনৰ বহু বহু শুভকামনা
চিলাপথাৰৰ প্ৰাগ নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়াক নিৰ্মমভাৱে আক্ৰমণ কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে হাজো প্ৰেছ ক্লাবে গৰিহণা দি আজি দিনৰ বাৰ বজাত হাজো লোক নিৰ্মাণৰ বিভাগৰ পৰিদৰ্শন বঙলাৰ চৌহদত কʼলা বেজ পৰিধান কৰি এঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। সাংবাদিক মাধুৰ্য শইকীয়াক কৰ্তব্যৰত অৱস্থাত এদল উন্মাদ জনতাই আক্ৰমণ কৰাত হাজোৰ সাংবাদিকসকলে তীব্ৰ ভাষাৰে গৰিহণা দি আক্ৰমণকাৰী দৃৰ্বত্তৰ দলটোক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষী-প্ৰশাসনক দাবী জনায়
08/04/2025
হাজো প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি ধীৰাজ দাসলৈ জন্মদিনৰ বহু বহু শুভকামনা
04/03/2025
হাজো প্ৰেছ ক্লাবৰ উপ সভাপতি বিশ্বজিৎ দাসলৈ জন্মদিনৰ বহু বহু শুভকামনা
06/01/2025
হাজো প্ৰেছ ক্লাবৰ উপ সভাপতি ৰুবুল দাসলৈ জন্মদিনৰ বহু বহু শুভকামনা
19/12/2024
কৰ্তব্যৰত সাংবাদিকৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰাত হাজো প্ৰেছ ক্লাব আৰু হাজো সাংবাদিক সন্থাই আজি যৌথভাবে মৌন প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত ঘটনাত হাজোৰ পৰা গৈ গুৱাহাটীত প্ৰতিষ্ঠা লাভ কৰা অসমৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাও অসুস্থ হৈছিল।
11/12/2024
হাজো প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক, জনপ্ৰিয় সাংবাদিক কমল চন্দ্ৰ ডেকালৈ জন্মদিনৰ বহু বহু শুভকামনা
08/12/2024
জ্যেষ্ঠ সাংবাদিক, হাজো প্ৰেছ ক্লাবৰ কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি মালাকাৰলৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ
Click here to claim your Sponsored Listing.
Category
Website
Address
Hajo
781102