Mohan Boro
1.ITDP Chairman, Kamrup.
2.BJP ST MORCHA STATE SECRETARY.
04/08/2024
আজি শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাজ্যিক বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকো। (০৪/০৭/২০২৪)
03/08/2024
21/07/2024
হাজো-শুৱালকুছি বিধান সভা সমষ্টিৰ দদৰা পঞ্চায়ত অন্তৰ্গত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক ৰাকেশ দাসে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সন্মানীয় সভাপতি হিচাপে দায়িত্ব লাভ কৰাত নথৈ আনন্দিত হৈছো ।এই শুভ ক্ষণত ৰাকেশ দাসলৈ আন্তৰিক শুভ কামনা জ্ঞাপন কৰিলো ।
Rakesh Das
22/04/2023
ইং ২১/০৪/২০২৩ তাৰিখে ৫৩ তম্ ৰঙিয়া ভাতকুছি ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধক হিচাপে অংশগ্রহণ কৰো।
31/03/2023
১৯৫৬ ইং চনৰ ৩১ মাৰ্চ তাৰিখে কোকৰাঝাৰ জিলাৰ গাওঁ বৰআগাৰীত দতমাৰ ওচৰত জন্ম গ্ৰহণ কৰা অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী বড়ো সকলৰ মাজত ৰাজনীতি, ভাষা,সাহিত্য-সংস্কৃতি আদি দিশত এক নতুন আলোড়নৰ সৃষ্টি কৰা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম দেৱৰ জন্মদিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছো!
বড়ো জাতিৰ পিতৃপুৰুষ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মদেৱলৈ সন্মান জনাই অসম চৰকাৰে ৩১ মাৰ্চ তাৰিখটোক “ছাত্ৰ দিৱস” হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে।
এই দিৱসে বডোফাৰ “জীয়াই থকা আৰু জীয়াই থাকিবলৈ দিয়া” দৰ্শন সমাজ ,শিক্ষাৰ্থী সকলৰ কল্যাণ আৰু বিকাশৰ বাবে আদৰ্শ হৈ ৰৱ।
সকলোকে " ছাত্ৰদিৱস" ৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
30/03/2023
আজি ইং ৩০/০৩/২০২৩ তাৰিখে নলবাৰী জিলাৰ বৰআজাৰা চান্দকুছি গাওঁত শ্ৰীশ্ৰী বাসন্তী দেৱী পূজাত, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া লগত আমি সকোলোৱে একেলগে উপস্থিত থাকো।
27/03/2023
আজি ইংৰাজী ২৭-০৩-২০২৩ ইং তাৰিখ সোমবাৰে ভাৰতীয় জনতা পাৰ্টীৰ, অনুসূচীত জনজাতি মৰ্চা দক্ষিণ শালমাৰা মান কাচৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভাত উপস্থিত থাকো।
উক্ত কাৰ্য্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে দক্ষিণ শালমাৰা মান কাচৰ জিলাৰ অনুসূচীত জনজাতি মৰ্চাৰ সন্মানীয় সভাপতি শ্ৰীযুত নিতিশ কুমাৰ হাজং ডাঙৰীয়াই।
উক্ত সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি সন্মানীয় শ্ৰীযুত শিৱনাথ ব্ৰহ্ম ডাঙৰীয়া, উপ- সভানেত্রী সন্মানীয় শ্ৰীযুতা ৰাশি শইকীয়া কছাৰী বাইদেউ, সম্পাদক সন্মানীয় শ্ৰীযুত মুকুট পাম ৰাভা ডাঙৰীয়া, সামাজিক মাধ্যম বিভাগৰ সন্মানীয় শ্ৰীযুতা সুৰস্মৃতি হাজং বাইদেউ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা অধ্যক্ষ দক্ষিণ শালমাৰা জিলাৰ, ""মান কাচৰ"" মহকুমাৰ সন্মানীয় শ্ৰীযুত তাৰেশ চন্দ্র হাজং ডাঙৰীয়া আৰু লগতে জিলা বিষয়ববীয়া সকল,কাৰ্যনিৰ্বাহক সদস্য সকল আৰু সন্মানীয় মণ্ডলৰ সভাপতি সকল আৰু কাৰ্যকৰ্তা সকল।
"ভাৰত মাতা কী জয়"
" বিজেপি জিন্দাবাদ "
"অনুসূচীত জনজাতি মৰ্চা জিন্দাবাদ"
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Telephone
Website
Address
Hajo, Kamrup
Hajo
781104