E Prime

E Prime

Share

সত্যৰ পথত.....
সত্য বাৰ্তা লৈ, ৰাইজৰ পক্ষত

এক ব্যতিক্ৰমী মনোভাব আৰু নতুন উৎসাহৰ সৈতে অসমীয়া মনোৰঞ্জনৰ লগতে শুদ্ধ খবৰ লৈ আপোনলোকৰ মাজলৈ আহি আছে E - Prime.

*শুদ্ধ খবৰৰ লগতে অবিৰত মনোৰঞ্জন*

06/05/2026

ভিক্ষা জীৱন | Are We Ignoring These Kids on Purpose? 😶

What if childhood was not about school, dreams, or happiness… but only survival?

💔 Watch till the end… it might change the way you see the world.

📩 Contact us for Promotion, Collaboration & Podcast:
👉 +91 93870 82121 (WhatsApp)

28/04/2026

উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা। জিলা ভিত্তিক ফলাফল।

28/04/2026

HSৰ ফলাফলত জিলিকিল আজমল ফাউণ্ডেছন। ৫০০ ৰো অধিক শিক্ষাৰ্থীয়ে লাভ কৰিলে ডিষ্টিংশ্যন।

13/04/2026

চাঞ্চল্যকৰ ঘটনা!
পৰেশ বৰুৱাৰ ঘৰলৈ লক্ষ্য কৰি গুলীচালনা।
অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। তদন্ত আৰম্ভ আৰক্ষীৰ।
#অসম

08/04/2026

অসমবাসীৰ উদ্দেশ্যে স্পষ্ট বাৰ্তা 🔥
উন্নয়ন, অধিকাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে সজোৰে কণ্ঠ তুলিলে ৰাহুল গান্ধীয়ে।
নির্বাচনৰ আগত তীব্ৰ হৈছে ৰাজনৈতিক পৰিস্থিতি।
ির্বাচন

08/04/2026

হাজো-শুৱালকুছিক লৈ কি পৰিকল্পনা নন্দিতা দাসৰ?
নন্দিতা দাসক জনতাই কি কি সমস্যাৰ কথা ক'লে?
💬 এইবাৰ হাজো–শুৱালকুছিত নন্দিতা দাসে মাৰিব নেকি শেষ হাঁহি ?
👉 আপোনাৰ মতামত কমেন্টত জনাওক
🔁 শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক

07/04/2026

ৰাজ্যজুৰি নিৰ্বাচনৰ গৰম বতাহ। পিছপৰি থকা নাই ৩০ নং হাজো-শুৱালকুছি সমষ্টি। অব্যাহত ৰাজনৈতিক দল সমূহৰ প্ৰচাৰ অভিযান। কেনেদৰে পত্নী ৰজী আহমেদৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে দুলু আহমেদ? হাজো –শুৱালকুছিত কিমান সফল ৰজী আহমেদ?
🗣️ নিৰ্বাচনী প্ৰচাৰৰ মাজতে আমাৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত কি ক'লে দুলু আহমেদে?

👉 “জনতাৰ সমস্যা সমাধানেই মোৰ প্ৰথম অগ্ৰাধিকাৰ”
💬 আপুনি কি ভাবে? এইবাৰ হাজোত পৰিবর্তন আহিব নে?
👍 সহমত নে অসমত? কমেন্টত জনাওক
🔁 পোষ্টটো শ্বেয়াৰ কৰি আপোনাৰ মত প্ৰকাশ কৰক
📌 আপোনাৰ এটা মতামতেই নিৰ্ধাৰণ কৰিব আগন্তুক দিশ

06/04/2026

হাজো–শুৱালকুছি সমষ্টিত শাসক-বিৰোধীৰ তীব্ৰ প্ৰচাৰ অভিযান। কাক ভোট দিবলৈ ৰৈ আছে হাজো–শুৱালকুছিৰ জনতা। ৰাইজৰ প্ৰশ্নলৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নন্দিতা দাসৰ সৈতে সাক্ষাৎ...
💬 এইবাৰ হাজো–শুৱালকুছিত কোনে মাৰিব শেষ হাঁহি ?
👉 আপোনাৰ মতামত কমেন্টত জনাওক
🔁 শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক

05/04/2026

একেলগে ৰূপজ্যোতি কুৰ্মী আৰু ড° জ্ঞানশ্ৰী বৰা। ৰাজনৈতিক প্রতিদ্বন্দ্বী হ'লেও জাঁজী হাঁহচৰা মাজগাঁও বৰ নামঘৰত অনুষ্ঠিত ভাওনাত এনেদৰেই দেখা গ'ল মৰিয়নী সমষ্টিৰ BJP প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰাক।

29/06/2024

Unveiling the poster of the next Action Thriller movie of Superstar Ravi Sarma
Shoot Begins Soon 🎬

AB Production & R3 Motion Pictures Presents ...
" Dhwaja "

Director _ Shahnawaz Rahman
Producers _ Shahnawaz Rahman & Adhiraj Borkotoky.
Primary Cast _ Superstar Ravi Sarma, Diganta Hazarika , Udayan Duarah & a lead actress from Thailand.
Action Team _ Hollywood's renowned action Team," The One " .
DOP _ Mrinmoy Mondal
Story _ Shahnawaz Rahman
Screenplay _ Mrinmoy Mondal
Music Director _ Poran Borkatoky
Production Designer _ Nafisa Mondal
Costume Designer _ Anna Kaushik & Ajan Akash Baruah
VFX _ Shri Ranjan Rath

Shahnawaz Rahman Mrinmoy Mondal Maitreyee Priyadarshini Udayan Duarah ৰবি শৰ্মা united fc

Want your business to be the top-listed Media Company in Hajo?
Click here to claim your Sponsored Listing.

Telephone

Address


Kalitakuchi, Hajo-nalbari Road
Hajo
781102