Rising HAJO

Rising HAJO

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rising HAJO, Media, Hajo.

19/09/2025

Good bye…

06/05/2025

ব্যস্ততাৰ মাজতো কবিতাক জনমুখী কৰা বন্ধুADC কমল বৰুৱাৰ আন এক বিনম্ৰ অথচ গভীৰ প্ৰয়াস.. 01/09/2023

অতি ব্যস্ততাৰ মাজতো কবিতাক জনমুখী কৰাত, কবিতাৰে সাধাৰণ মানুহক মনোৰঞ্জন দিয়াৰ বাবে চেষ্টা অব্যাহত ৰখা এজন ৰাজপত্ৰিত বিষয়া... তেখেতৰ 'পলাতক', 'চকু' শীৰ্ষক কবিতাই সাধাৰণ মানুহৰ পৰা অভূতপূৰ্ব সঁহাৰি পোৱাৰ পাছত, অসম অসামৰিক সেৱাৰ বিষয়া, সম্প্ৰতি অতিৰিক্ত জিলা আয়ুক্তৰ দায়িত্বত থকা শ্ৰী কমল বৰুৱা শেহতীয়া কবিতা ::
"শেষ বাৰিষাৰ মেঘে গাজিব ধৰোতে..."

আহক...
সংগীত, গ্ৰাফিক্স, পাঠ-অভিনয়েৰে সুন্দৰকৈ সজাই তোলা এই কবিতাটো আমি উপভোগ কৰোঁ...

ব্যস্ততাৰ মাজতো কবিতাক জনমুখী কৰা বন্ধুADC কমল বৰুৱাৰ আন এক বিনম্ৰ অথচ গভীৰ প্ৰয়াস..

25/06/2023

📌হাজোৰ চৌমুখা অঞ্চলৰ বান পীড়িত লোকৰ মাজত সামগ্ৰী লৈ উপস্থিত সাংবাদিক প্ৰাঞ্জল কলিতা

📌হাজো প্ৰেছ ক্লাৱৰ সভাপতি প্ৰাঞ্জল কলিতাই বৰলীয়া নৈৰ ওপৰত শিবিৰ পাতি থকা লোক সকলক আগবঢ়ালে সাহাৰ্য্য।।

📌নিজৰ গাঁঠিৰ ধনেৰে সাংবাদিক প্ৰাঞ্জল কলিতাই লোৱা যোগাত্মক পদক্ষেপক শলাগ লৈছে সচেতন মহলে।।

Photos from Rising HAJO's post 22/06/2023

📌হাজো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অপ্রতিম গোস্বামীয়ে আজি হাজোৰ বিভিন্ন অঞ্চল পৰ্যবেক্ষণ কৰে।
📌বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ হাজো প্ৰশাসন সম্পূৰ্ণ ৰূপে সাজু হৈছে।
📌চক্ৰ বিষয়া গৰাকীৰ সক্ৰিয়তা প্ৰশংসনীয়।

21/06/2023

হুৰা হুৰে বৃদ্ধি পাইছে পুঠিমাৰি নদীৰ জলপৃষ্ঠ

06/06/2023

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত প্ৰথম স্থান হাজো ৰামদিয়াৰ নিষিলেশ দত্তৰ।
অভিনন্দন

22/05/2023

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান লাভ কৰিলে হাজো ৰামদিয়াৰ অৰ্ণৱজ্যোতি দাসে। অভিনন্দন

Photos from Rising HAJO's post 19/05/2023
19/05/2023

প্ৰতিকুল বতৰকো নেওচি ৰাইজে উপভোগ কৰিলে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান...
📍 ৰামদিয়া;হাজো।

Want your business to be the top-listed Media Company in Hajo?
Click here to claim your Sponsored Listing.

Category

Address


Hajo