Roushan Sayed Explainer
ভয়, মৰম, লোভ আৰু সংকুচ নোহোৱাকৈ শুনক আৰু নিজক প্ৰশ্ন কৰক ।। শেষ সিদ্ধান্ত আপোনাৰ.....
follow কৰি লগত আগুৱাই যাব পাৰে.....
📍Asif Nazar লৈ মোৰ কেইটামান ব্যক্তিগত প্ৰশ্ন ...
#আছিফ
🔴In this video, we discuss Assam Chief Minister Himanta Biswa Sarma’s approach to communism-related politics. We explain in detail how, in today’s political climate, fear is often used to influence people and shape opinions.
We also talk about how Himanta Biswa Sarma sometimes uses misleading or false statements, and how he subtly presents his views “little by little” to psychologically influence the public.
If you find this video informative, don’t forget to Like, Share, and Subscribe!
এই ভিডিঅ’ত আমি আলোচনা কৰিছো কেনেকৈ অসমৰ মন্ত্ৰী পীযুষ হাজৰিকাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত বিতৰ্কিত ৰিল শ্বেয়াৰ কৰি সমাজত ঘৃণা আৰু বিভাজনৰ বার্তা প্ৰেৰণ কৰিছে বুলি অভিযোগ উঠিছে।
ভিডিঅ’টোত আমি সেইবোৰ ৰিল সম্পূৰ্ণ ভাৱে বিশ্লেষণ কৰিছো, তাৰ প্ৰতিক্ৰিয়া আৰু ইয়াৰ দ্বাৰা অসমীয় সমাজত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে, তাৰ ওপৰত খোলামেলা আলোচনা কৰিছে।
📌 ভিডিঅ’ৰ বিষয়বস্তু:
পীয়ুষ হাজৰিকাৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ৰিলৰ বিশ্লেষণ
ৰিলৰ মাধ্যৰে কেনেকৈ ঘৃণা আৰু কমিউনিজমৰ বীজ ৰোপন কৰা হৈছে
অসমবাসীয়ে ইয়াক কেনেদৰে গ্ৰহণ কৰিছে
ৰিলৰ ওপৰত জনপ্ৰতিক্ৰিয়া আৰু বাস্তৱ তথ্য
👇 ভিডিঅ’টো সম্পূৰ্ণ চাওক আৰু আপোনাৰ মতামত কমেণ্টত জনাওক!
📢 চেনেলটো Subscribe কৰক:
👉 [Roushan Sayed] — অসম আৰু ভাৰতৰ ৰাজনীতি, সমাজ, সত্য ঘটনা আৰু সত্য কন্ঠৰ বাবে।
---
্ত্ৰী #অসমীয়া_ভিডিঅ’
🔴জুবিন গাৰ্গৰ মৃত্যুৰ সঁচা কাহিনী — সত্য নে ষড়যন্ত্ৰ? | সম্পূৰ্ণ আলোচনা
এই ভিডিঅ’ত আমি কথা পাতিছোঁ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ উঠা সন্দেহ আৰু বিতৰ্কৰ বিষয়ে।
“লিখিকা” বুলি নিজকে জনোৱা এজন ব্যক্তিয়ে কৈছে যে জুবিন গাৰ্গৰ মৃত্যু আত্মহত্যা আছিল — কিন্তু সঁচাইনে ? নে ইয়াৰ অন্তৰত আছে আন কোনো গুপ্ত কাহিনী?
আমি লগতে আলোচনা কৰিছোঁ মুছতাফা কামাল আজহাৰী নামৰ এজন ব্যক্তিৰ বিষয়ে, যিয়ে হিন্দু ধৰ্মৰ দেৱ দেৱীক ব্যৱহাৰ কৰিছিল বুলি অভিযোগ উঠিছে। এই ধৰণৰ আচৰণে সমাজ আৰু ধৰ্মীয় সম্প্ৰতিৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলায়, সেই বিষয়েও আমি মনোযোগ দিছোঁ।
👉 সম্পূৰ্ণ ভিডিঅ’টো চাওক — সত্য আৰু গুজবৰ মাজৰ পাৰ্থক্য বুজিবলৈ।
👉 আপোনাৰ মতামত অতি মূল্যবান — কমেণ্টত আপোনাৰ চিন্তা-ধাৰা জনাব নাপাহৰিব।
এই ভিডিঅ’ত আমি আলোচনা কৰিছোঁ জুবিন গাৰ্গৰ বহুল প্রতীক্ষিত সিনেমা *“ৰৈ ৰৈ বিনালে”*ৰ অফিচিয়েল ট্ৰেইলাৰ বিষয়ে। ট্ৰেইলাৰত থকা অনুভূতি, সংগীত আৰু কাহিনীৰ স্পৰ্শে মন মৰমত ভৰি উঠে। ❤️
🎥 এই ভিডিঅ’ত আপুনি পাব —
👉 ট্ৰেইলাৰৰ সম্পূৰ্ণ বিশ্লেষণ
👉 সংগীত আৰু অভিনয়ৰ পৰ্যালোচনা
👉 আমাৰ আন্তৰিক মতামত আৰু ৰেটিং
তলত কমেণ্টত জনাব,
আপোনালোকৰ মনত ট্ৰেইলাৰটোৱে কি অনুভৱ জাগালে?
⭐ ছবিৰ তথ্য:
🎞️ ছবি: ৰৈ ৰৈ বিনালে
🎤 মুখ্য অভিনেতা/গায়ক: জুবিন গাৰ্গ
🎶 সংগীত: জুবিন গাৰ্গ
📍এই ভিডিঅ’ত আমি আলোচনা কৰিছো কেনেকৈ অসম বিজেপিয়ে যুৱপ্ৰজন্মৰ প্ৰিয় গায়ক জুবিন গৰ্গৰ মৃত্যু বিষয়টো ন্যায়ৰ পৰা ৰাজনীতিত পৰিণত কৰিছে। জুবিনৰ নামত "Justice" বিচাৰিবলৈ যি অভিযান আৰম্ভ কৰা হৈছিল, সেই হেছটেগত “ ” বুলি বানান ভুল আছিল — যি দেখুৱায় যে কিদৰে ৰাজনীতিয়ে এটা সংবেদনশীল বিষয়কো খেলনিৰ দৰে ব্যৱহাৰ কৰিছে।
অসমবাসী আজি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে বুলি দাবী জনাইছে, কাৰণ জুবিনৰ মৃত্যুক লৈ যি ৰাজনীতি চলিছে, সেয়া অসমবাসীৰ হৃদয়ত আঘাত কৰিছে। সম্পূৰ্ণ ভিডিঅ’টো চাওক আৰু বুজক — ন্যায়ৰ নামত কেনেকৈ ৰাজনীতি চলি আছে।
🔴মইও জুবিন,আমিও জুবিন!!
জুবিন গাৰ্গক লৈ ৰাজনীতি আৰম্ভ কৰিলে, বিজেপি ??
জুবিন গাৰ্গৰ ন্যায় কোনে দিব পাৰিব? 🙏
আজি সকলোয়ে Social Media ত “ ” লিখি আছে — কিন্তু এটাই প্ৰশ্ন, কি এই পোস্ট আৰু হেশটেগেৰে সত্যতে জুবিন গাৰ্গে ন্যায় পাব নে? 💔
এই ভিডিঅ’ত আমি আলোচনা কৰিম —
👉 জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ বাস্তৱ পৰিস্থিতি
👉 চৰকাৰ আৰু লোকসাধাৰণৰ প্ৰতিক্ৰিয়া
👉 আৰু সত্যতে ন্যায় বিচাৰি থাকিলে কি কৰিব লাগে
👇 মন্তব্যত আপোনাৰ মতামত জনাব।
জুবিন গাৰ্গ আমাৰ হৃদয়ত সদায় জীৱন্ত ❤️
মূখমন্ত্ৰীৰ সম্পত্তি কিমান?
⚠️ প্ৰেছ মিটত মূখ্যমন্ত্ৰীৰ এটাৰ পিছত এটা মিছা কথা!
⚠️শিখা শৰ্মাই জুবিন গাৰ্গক বদনাম কৰাৰ প্ৰচেষ্টা চলাইছে নেকি??
মদাহী, চৰিত্ৰহীন বুলি কাক বুজাব খুজিছে??
জুবিন গাৰ্গৰ অপমান জুবিন অনুৰাগী কেতিয়াও মানি নলয়!
CMO Assam
সৰগৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ.....
Click here to claim your Sponsored Listing.
Category
Website
Address
Guwahati
782101