Local adda
local adda
15/07/2023
ফটো প্রতিযোগিতা:
DK365 ৰ তৰফৰ পৰা আয়োজন কৰা হৈছে এক ব্যতিক্রম ফটো প্রতিযোগিতা ।
আপুনিও যদি ফটো প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচাৰে তেন্তে একপি ফটো 9365493402 এইটো নম্বৰত Whatsapp ৰ জৰিয়তে পঠিয়াই দিয়ক,আপোনাৰ নাম আৰু ঠিকনাৰ সৈতে।
(উল্লেখ্য যে এনেকুৱা ফটো পঠাব যি ফটো আগতে ফেচবুকত আপলোড কৰা হোৱা নাই, যদি সম্ভৱ নতুনকৈ ফটো তুলি পঠাব)।
এই প্রতিযোগিতাত বিজয়ী প্ৰাৰ্থীক দিয়া হব প্ৰথম পুৰষ্কাৰ হিচাপে ১ বছৰৰ Mobile Recharge আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ৬ মাহৰ Mobile Recharge।
ফটো প্ৰেৰণৰ অন্তিম তাৰিখ ৫ ছেপ্টেম্বৰ আৰু ফলাফল ঘোষণাৰ তাৰিখ ১০ ছেপ্তেম্বৰ(ৰবিবাৰ)২০২৩ ইং।
প্রতিযোগী সকলে DK365 পেজটো Follow কৰাটো বাধ্যতামূলক। লগতে এজন ব্যক্তিয়ে এবাৰ হে কৰিব পাৰিব Like, Share আৰু Comment.
১ লাইক = ১০নম্বৰ
১ শ্বেয়াৰ = ১৫ নম্বৰ
১ কমেণ্ট =২০
Follow= ২৫ নম্বৰ
উল্লেখিত নম্বৰৰ ওপৰত ভিত্তি কৰিহে বিজয়ী ঘোষনা কৰা হ'ব।
Click here to claim your Sponsored Listing.
Category
Website
Address
Kachumara
Guwahati
25/07/2023