Open Platform

Open Platform

Share

open Platform is a platform to bring up information, entertainment and various personalities...

12/06/2026

জুবিন গাৰ্গৰ চৰিত্ৰ ওপৰত উঠা প্ৰশ্নৰ উত্তৰ দিলে পত্নী গৰিমা গাৰ্গে

11/06/2026

গোৰেশ্বৰৰ মহৰীপাৰাত বিধ্বস্ত পথত যমৰ-যাতনা লোকনিৰ্মাণ বিভাগৰ পথত প্ৰকাণ্ড প্রকাণ্ড গাঁত বাইহাটা চাৰিআলি-বগামাটি সংযোগী পথৰ দুৰৱস্থা বিগত কেইবাবছৰ ধৰি বিধ্বস্ত পথছোৱা

11/06/2026

আমাৰ অসমৰ "কমেডি কুইন", জনপ্ৰিয় অভিনেত্রী চেতনা দাসে লাভ কৰিছে ২০২৬ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা ....

11/06/2026

জুবিন গাৰ্গৰ চৰিত্ৰকলৈ যিয়ে প্ৰশ্ন উত্থাপন কৰে আমি সকলোৱে এটা এটা কাণতলীয়া চৰ সোধাব লাগে।

10/06/2026

TMCৰ পৰা পদত্যাগ কৰিয়েই দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সুস্মিতা দেৱৰ

10/06/2026

📌TMCৰ পৰা পদত্যাগ কৰিয়েই দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সুস্মিতা দেৱৰ
📌বিজেপিৰ পৰা ৰাজ্যসভালৈ যোৱাৰ সম্ভাৱনা সুস্মিতা দেৱৰ

09/06/2026

ফাষ্টট্রেক ক'ৰ্টত নিয়মীয়া জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ আজি ৫ গৰাকীয়ে সাক্ষ্য দিব ফাষ্টট্রেক ক'ৰ্টত এজাহাৰকাৰী বিশ্বজিৎ দাস, মহেশ্বৰ হালৈয়ে দিব সাক্ষ্য প্লাৱিতা বৰকটকী, বেবী বৰা, ছাহিন শ্বাহ হকে দিব সাক্ষ্য ঘটনাৰ পাছত ৰুজু হৈছিল ৮৫টা গোচৰ প্রথম পর্যায়ত ২৫ এজাহাৰকাৰীৰ ল'ব সাক্ষ্য আদালতত উপস্থিত বেবী বৰা, প্লাৱিতা বৰকটকী

07/06/2026

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে দেৱব্ৰত শইকীয়াই
নগাঁও উপনিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কথা অশ্বীকাৰ শইকীয়াৰ

07/06/2026

সাংবাদিকৰ প্ৰশ্ন আপুনিও Cockroach নেকি ?
ঘৰৰ পৰা আহিছে নে নলাৰ পৰা আহিছে ?

07/06/2026

যন্তৰ মন্তৰৰ পৰা সংবাদ মাধ্যমক খেদি পঠিয়াই CJP প্ৰতিবাদকাৰীয়ে

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Ulubari, South Sarania
Guwahati
781007