NE Talks

NE Talks

Share

সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত we have been able to establish ourselves as a reliable news portal since March 2023.

NE Talks is fully dedicated Digital News Media, from Northeast India, ushering a revolution in terms of news collection.We are almost two month old in the world of digital media and entertainment. We strive to bring unbiased facts and quality and creative content to the ever-growing digital audience. We believe in disciplined journalism and have engaged professionals with years of experience in Digital Media.

03/03/2026

অখিল গগৈয়ে কিয় বেয়া পালে আকৌ...কাজিৰঙাত এখন হোটেল থাকিলে দুখন হোটেল নাথাকিব নেকি, মইতো কওঁ আৰু ৪/৫ জনে ইয়াত আহি অৰ্কিড উদ্যান খুলিব লাগে, যিমানেই এইবোৰ বস্তু হয় সিমানেই ভাল হে...দুদিন পিছত দেখিব এইখনো চলিব, তেওঁৰখনো চলিবঃ মুখ্যমন্ত্ৰী

03/03/2026

শৰীৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম লেখি মৰম-শ্ৰদ্ধা এনেদৰে প্ৰকাশ কৰিলে অনুৰাগীয়ে

03/03/2026

মিত্ৰতাক লৈ কংগ্ৰেছক উদ্দেশ্যি আকৌ সামাজিক মাধ্যমত পোষ্ট বিধায়ক অখিল গগৈৰ।

Photos from NE Talks's post 03/03/2026

২০২৬'ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা।
৪২ টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ।

03/03/2026

পৰমপূজ্য গুৰুজনাৰ আদৰ্শ আৰু তেৰাৰ সৈতে সম্পৃক্ত সম্পদৰাজিৰ প্ৰতি সকলোৱে সন্মান জনোৱা উচিত৷

03/03/2026

🔴ডিগবৈত সোনোৱাল কছাৰী জনগোষ্ঠীৰ খ্ৰীং খ্ৰীং বাইথ' পূজা সম্পন্ন।

03/03/2026

👉ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা
👉অসমৰ দুখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা
👉তেৰছ গোৱালা আৰু যোগেন মহনক প্ৰাৰ্থিত্ব
👉বিহাৰ, ছত্তিশগড়, হাৰিয়ানাৰ প্ৰাৰ্থীৰ নামো ঘোষণা
👉বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনকো প্ৰাৰ্থিত্ব
👉বিহাৰৰ পৰা নীতিন নবীন, শিৱেশ কুমাৰক প্ৰাৰ্থিত্ব
👉খালি হোৱা আসনৰ বাবে ১৬ মাৰ্চত হ’ব নিৰ্বাচন

03/03/2026

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ

03/03/2026

শৰাইঘাট কদমতলী সত্ৰ নামঘৰত আঞ্চলিক ভিত্তিক দৌল উৎসৱ উদ্‌যাপন

03/03/2026

দিনটোৰ ছবি।

Photos from NE Talks's post 03/03/2026

ভাৰতীয় ৰে'ল মন্ত্ৰালয়ে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনৰ বিভিন্ন ৰে'লৰ বাবে কেইবাটাও ষ্টেশ্যনত নতুনকৈ ৰে'ল ৰখাবলৈ (পৰীক্ষামূলকভাৱে) অনুমতি প্ৰদান কৰিছে।

03/03/2026

▶️মন্ত্ৰী যোগেন মহনক প্ৰাৰ্থিত্ব বিজেপিৰ। আজি ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে বিজেপিয়ে।

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Ajanta Path, Bylane/K K Path, House No 6, Survey Beltola
Guwahati
781028