NK news..?Assamese

NK  news..?Assamese

Share

স্বাগতম

NK news Assamese apunaloke hokoloye support koribo!

24×7
ASSAM

সত্যৰ পথত যাত্ৰা

contect no= 600038402

12/06/2026

📌কৃষ্ণাইৰ হাব্রাঘাটত জিলা আয়ুক্তৰ অভিযান: সন্দেহযুক্ত লোকৰ নথিপত্ৰ পৰীক্ষা কৰি কি ক’লে প্রদীপ তিমুঙে?

📌​কৃষ্ণাই হাব্রাঘাটৰ কৃষিভূমি বেদখলৰ খবৰ: সন্দেহযুক্ত লোকৰ নথি পৰীক্ষা কৰিবলৈ আহি জিলা আয়ুক্তই কৰিলে ডাঙৰ মন্তব্য

12/06/2026

📌বলদমাৰী চৰ আইনাল বজাৰত মৰেল পুলিচিং
📌 গেছ চিলিণ্ডাৰ চুৰিৰ অভিযোগত আব্বাছ আলীক গছত বান্ধি মাৰপিট।

11/06/2026

📌আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰাত সচেতন ৰাইজৰ তৎপৰতা; ড্ৰাগছসহ ৪ সৰবৰাহকাৰীক কৰায়ত্ত।
​📌বাঘমাৰাত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে যুৱ সমাজৰ ড্ৰাইভ; হাতে-লোটে ধৰা পৰিল ৪ ড্ৰাগছ সৰবৰাহকাৰী।

11/06/2026

📌গোৱালপাৰাত বৰ্বৰ ধৰ্ষণ কাণ্ড: ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি যুৱতী, আৰক্ষীৰ জালত নৰেন চন্দ্ৰ দাস।
📌​গোৱালপাৰাত নাৰী নিৰ্যাতন: যুৱতীক ধৰ্ষণৰ অভিযোগত ৬০ বছৰীয়া নৰেন চন্দ্ৰ দাসক জেল হাজোতলৈ প্ৰেৰণ।

10/06/2026

📌কৃষ্ণাইত লাভ জেহাদ আৰু ব্লেকমেইলিঙৰ ভয়ংকৰ অভিযোগ!
📌 অভিযুক্ত মফিদুল হুছেইনক গ্ৰেপ্তাৰৰ দাবীত উত্তাল কৃষ্ণাই।
📌কৃষ্ণাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ‘লাভ জেহাদ’ আৰু ব্লেকমেইলিঙৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত হৈছে মফিদুল হুছেইন নামৰ এজন ব্যক্তি। এই ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
📌​অভিযুক্ত মফিদুল হুছেইনে ভুৱা পৰিচয় দি এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলোৱাৰ অভিযোগ।
📌​প্ৰেমৰ সুযোগ লৈ যুৱতীগৰাকীক ব্লেকমেইল কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
📌​এই ঘটনাৰ পিছতেই ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।

#

10/06/2026

📌গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণাৰ পাছতেই প্ৰতিক্ৰিয়া ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ আহমেদ আলী জিন্নাৰ।
📌বিধায়কৰ ভূমিকা লৈ প্ৰশ্ন অৱতাৰণা।

10/06/2026

📌গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জিলা আয়ুক্তৰ কার্যালয়ত অনুষ্ঠিত হোৱা সভাত কি কি সিদ্ধান্ত গ্রহণ কৰিলে চাওঁ আহক।
📌 দূৰ্নীতিৰ বিৰুদ্ধে সৰৱ হ'ল অভিভাৱক মন্ত্রী জয়ন্ত মল্ল বৰুৱাই।
📌৫ লাখ বিঘা বনাঞ্চল বেদখলমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ; 📌গোৱালপাৰাৰ উচ্ছেদক লৈ অভিভাৱক মন্ত্ৰীগৰাকীৰ ডাঙৰ মন্তব্য।

09/06/2026

📌পুনৰ NEET পৰীক্ষাৰ্থীৰ আত্মহত্যা
📌মেধাৱী ছাত্ৰী ৰিমা বেগমে অকাল মৃত্যুক আকোৱালি ললে ।

゚viralシfypシ゚

09/06/2026

📌গোৱালপাৰাৰ এছ বি আই বেংক চুৰিকাণ্ডৰ মূল অভিযুক্ত হাফিজুৰ ৰহমান আৰক্ষীৰ জালত!
📌আৰক্ষীৰ জালত এছ বি আই বেংক চুৰিৰ মাষ্টাৰমাইণ্ড!
📌 গোৱালপাৰাত গ্ৰেপ্তাৰ হাফিজুৰ ৰহমান, জব্দ চুৰিৰ সঁজুলি।
📌আৰক্ষীৰ অভিযানত পোহৰলৈ হাফিজুৰ ৰহমানৰ চুৰিকাণ্ড; উদ্ধাৰ হ'ল চুৰিত ব্যৱহৃত বিভিন্ন সঁজুলি।

゚viralシfypシ゚

08/06/2026

📌গোৱালপাৰাত শোকাবহ ঘটনা! জলজলি নদীত গা ধুবলৈ গৈ সন্ধানহীন যুৱক।

゚viralシfypシ゚

Want your business to be the top-listed Media Company in Goalpara?
Click here to claim your Sponsored Listing.

Address


Goalpara Dudhnai A
Goalpara