Pranay Rabha

Pranay Rabha

Share

Former General Secretary Agia College Student Union, Goalpara,Assam
I want to take my home, Society and the new generation to right path.

04/04/2026

সমূহ অসমবাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ ।আগন্তুক হবলগীয়া বিধানসভা নিৰ্বাচনত ২০২৬ত ৯ এপ্ৰিল তাৰিখে আমি কাক ভোটদান কৰিম, সকলোৱে গুৰুত্ব দিয়া উচিত। মই নিজে কোনো ৰাজনীতিৰ সৈতে জড়িত নহওঁ, কিন্তু আমি অসমৰ জাতি, মাটি আৰু অসমত থকা খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থত ক'বই লাগিব যে, বৰ্তমান অসমত আগৰ ৰাজনীতি নাই। যিসময়ত মহান ব্যক্তি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ (১৯৫০): স্বাধীনোত্তৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী।
বিষ্ণুৰাম মেধি (১৯৫০-১৯৫৭): ২য় মুখ্যমন্ত্ৰী।
বিমলা প্ৰসাদ চলিহা (১৯৫৭-১৯৭০):
মহেন্দ্ৰ মোহন চৌধুৰী (১৯৭০-১৯৭২):
শৰৎ চন্দ্ৰ সিংহ (১৯৭২-১৯৭৮):
গোলাপ বৰবৰা (১৯৭৮-১৯৭৯): অসমৰ প্ৰথম অ-কংগ্ৰেছী মুখ্যমন্ত্ৰী।
যোগেন্দ্ৰ নাথ হাজৰিকা (১৯৭৯-১৯৭৯):
চৈয়দা আনোৱাৰা টাইমুৰ (১৯৮০-১৯৮১): অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী।
কেশব চন্দ্ৰ গগৈ (১৯৮২-১৯৮৩):
হিতেশ্বৰ শৈকীয়া (১৯৮৩-১৯৮৫, ১৯৯১-১৯৯৬):
প্ৰফুল্ল কুমাৰ মহন্ত (১৯৮৫-১৯৯০, ১৯৯৬-২০০১): অসম গণ পৰিষদৰ নেতৃত্বত।
তৰুণ গগৈ (২০০১-২০১৬): একেৰাহে তিনিটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী।
বহুত ভাল ৰাজনীতি আছিলে, এওঁলোকৰ সময়ত, কিন্তু বৰ্তমান যিটো ৰাজনীতি দেখিবলৈ পায় আছোঁ আমি দালালৰাজ ৰাজনীতি তথা ব্যক্তি স্বাৰ্থ। গতিকে আমি নতুন প্ৰজন্মখিনি আগবাঢ়ি আহিবলগীয়া হ'ল ৰাজনীতি পথলৈ,অসমত থকা খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থত আৰু জাতি, মাটি ৰক্ষাৰ স্বাৰ্থত।

জয় আই অসম,
জয় নতুন প্ৰজন্ম,
নতুন প্ৰজন্ম জিন্দাবাদ।

দালালৰাজ ৰাজনীতি মুৰ্দাবাদ,

07/11/2025

নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ,ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত, গোৱালপাৰা জিলা ৰাভা ছাত্ৰ, গোৱালপাৰা জিলা মহিলা পৰিষদ আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সহযোগত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী অন্তৰ্ভুক্তিৰ দাবীত পশ্চিম গোৱালপাৰা আগিয়া সম জিলা আয়ুক্ত কাৰ্যালয় সন্মুখত দুঘন্তীয়া ধৰ্না কাৰ্যসূচীৰ কিছু দৃশ্য।

04/09/2025

Good afternoon everyone.

30/08/2025

Just timepass.

19/08/2025

Good evening everyone.

Want your public figure to be the top-listed Public Figure in Goalpara?
Click here to claim your Sponsored Listing.

Category

Website

Address


Goalpara, Balijana.
Goalpara
783120