Rasheed Alam

Rasheed Alam

Share

MLA 14no Goalpara, East LAC

04/09/2025

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মাননীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া শুভ জন্ম দিনত তেখেতৰ সু-স্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলোঁ।

06/06/2025

মোৰ অতিকৈ আপোন সমষ্টি বাসীৰ লগতে ৰাজ্যবাসী লৈ পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Photos from A K Rasheed Alam 's post 03/05/2025
24/03/2025

Happy Birthday Moumita Kali ji.

Photos from Rasheed Alam's post 19/03/2025

আজি সমষ্টিৰ অন্তৰ্গত শ্ৰীসৃৰ্য্যগিৰি গাওঁ পঞ্চায়ত খেলপথাৰত প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰ হিতাধিকাৰী সকলৰ মাজত চেক বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকোঁ।

Photos from Rasheed Alam's post 15/02/2025

আজি মোৰ সমষ্টিৰ অন্তৰ্গত শ্ৰীসৃৰ্য্যগিৰি উন্নয়ন খণ্ড প্ৰেক্ষাগৃহত খন্ড উন্নয়ন বিষয়া সহ আন বিষয়া কৰ্মচাৰী সকলৰ সৈতে পৰ্য্যালোচনা সভাত উপস্থিত থাকোঁ।

14/02/2025
Photos from Rasheed Alam's post 07/02/2025

আজি মোৰ সমষ্টিৰ অন্তৰ্গত নৱাগত শিমলিতোলা মহাত্মা গান্ধী একাডেমীৰ মুকলি ও বঁটা বিতৰণী সভাত উপস্থিত থাকোঁ।

Want your public figure to be the top-listed Public Figure in Goalpara?
Click here to claim your Sponsored Listing.

Category

Address


Goalpara