S R A Home tutor

S R A Home tutor

Share

More you read and More you learn

16/09/2021
12/09/2021
12/09/2021
12/07/2021

একবিংশ শতিকাত শিক্ষা ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, লগতে বাণিজ্যিক শিক্ষাৰ গুৰুত্বৰ উপৰিও ক'লা শিক্ষাৰ চাহিদা এতিয়াও সৰ্বোচ্চ । ইয়াৰে প্ৰতি লক্ষ্য ৰাখি শিক্ষক হিচাপে সামাজিক দায়িত্ব গ্ৰহণৰ নিমিত্তে একমাত্ৰ ক'লা শাখাক কেন্দ্ৰ কৰি 'STUDIA ACADEMY' আৰম্ভনি কৰা হ'ল।
২০২১-২২ বৰ্ষত ক'লা শাখা লৈ পঢ়িবলৈ চিন্তা কৰি থকা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ই এটা নিৰ্ভৰশীল অনুষ্ঠান হৈ গঢ়ি উঠিব।

07/10/2020
01/08/2020

আচ্ছালামু আলাইকুম।
আপোনাক আৰু আপোনাৰ পৰিয়াল বৰ্গলৈ ত্যাগ, ভ্ৰাতৃত্ববোধ আৰু সমতাৰ উৎসৱ ঈদ-উজ-জোহা উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
EID MUBARAK

ছলামন ৰুছদি আহমেদ
SRAপাঠশালা ।

Want your school to be the top-listed School/college in Goalpara?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Resubelpara Road
Goalpara
783126